অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ :Assam Police AB/UB Questions Paper Mock Test

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

1➤ ১৯২৯ চনত ব্যবস্থাপক সভালৈ নির্বাচিত হৈ মন্ত্রিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?

2➤ অসমৰ প্রথমগৰাকী ৰাজ্যপালৰ নাম কি?

3➤ তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্রী পদত অধিষ্ঠিত ব্যক্তি নহয়?

4➤ একেৰাহে তৃতীয়বাৰৰ বাবে নির্বাচিত চৰকাৰৰ অসমৰ মুখ্যমন্ত্রীগৰাকী কোন?

5➤ অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল?

6➤ অসমত প্রথমবাৰৰ বাবে ৰাষ্ট্রপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল?

READ MORE  Assam Police AB UB & SSC Mock Test

7➤ অসমৰ প্রথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?

8➤ অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত?

9➤ অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ অন্তর্গত অনুসূচিত জাতিৰ সদস্যৰ‌ বাবে সংবক্ষিত সমষ্টিৰ সংখ্যা কিমান ?

10➤ ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ ‘ঘূৰণীয়া মেজমেল ত প্রতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন ?

11➤ ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হােৱা প্রথম গৰাকী অসমীয়া ব্যক্তি কোন ?

12➤ জাতীয় কংগ্রেছৰ সভাপতি পদত অধিষ্ঠিত হােৱা প্রথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি ?

13➤ বিধান সভাৰ অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে?

14➤ অসমৰ স্বাধীনতা আন্দোলনৰ প্রথম শ্বহীদ কোন আছিল?

15➤ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

16➤ বিধান সভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে ?

17➤ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সর্বোচ্চ আৰু সর্বনিম্ন সদস্য সংখ্যা নির্ধাৰণ কৰা হৈছে ?

READ MORE  পৰিৱেশ বিজ্ঞান ৰ ১০০ প্ৰশ্ন আৰু উত্তৰ

18➤ অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লােক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসন প্রবর্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে?

19➤ সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্রশাসনৰ বাবে কোনজন প্রশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্রদান কৰা হৈছে ?

20➤ তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ গ্রহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল ?

WhatsApp Group Join Now
Telegram Group Join Now

Your score is

Leave a Comment