জীৱ বিজ্ঞান ৰ ১০০+ প্ৰশ্ন আৰু উত্তৰ

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

প্ৰতিদিনে কুইজ পাবলৈ আমাৰ WhatsApp Group Join কৰক

প্রঃ স্নায়ুকোষৰ ওলমি থকা অংশটোৰ নাম কি ? 

উঃ স্নায়ুতন্ত্র।
প্ৰঃ স্তন্যপায়ী প্ৰাণীৰ হৃদপেশী আৰু অস্থিপেশীত থকা লৌহ-প্রটিনযুক্ত শ্বাস ৰঞ্জক পদার্থবিধৰ নাম কি ?
উঃ মায়োগ্লোবিন।
প্রঃ কোনবিধ প্ৰক্ৰিয়াৰ জৰিয়তে মাক-দেউতাকৰ বৈশিষ্ট্যসমূহ সন্তানলৈ সঞ্চাৰিত হয় ?
উঃ বংশগতি।
প্ৰঃ প্রাপ্ত বয়স্ক লোকৰ কণিকাৰ সংখ্যা প্রতিঘন মিটাৰত কিমান ?
উঃ ৫০ লাখ।
প্ৰঃ তেজৰ চাপ জুখিবলৈ কি আহিলা ব্যৱহাৰ কৰা হয় ? 
উঃ স্পিগমেম’মিটাৰ।
প্ৰঃ মানৱ দেহৰ বৃদ্ধিৰ ভাগ কেইটা ?
উঃ ৫টা।
প্রঃ টাইডাল ভলিউম কাক বোলে ?
উঃ এজন সুস্থ মানুহে স্বাভাৱিক শ্বাস-প্রশ্বাস কালত যি পৰিমাণৰ বায়ু গ্রহণ আৰু বৰ্জন কৰে তাক ‘টাইডাল ভলিউম’ বোলে।
প্রঃ এজন প্রাপ্তবয়স্ক মানুহে স্বাভাৱিক অৱস্থাত এক মিনিটত গঢ়ে কিমানবাৰ শ্বাস ক্রিয়া চলায় ?
উঃ ১৮ বাৰ।
প্ৰঃ হাড়ৰ ক্ষয় সাধন কৰা কোষবিধৰ নাম কি ? 
উঃ অষ্টিওক্লাষ্ট।
প্ৰঃ হাড়ৰ ক্ষয় সাধন কৰা কোষবিধৰ নাম কি ?
উঃ অষ্টিওক্লাষ্ট।
প্রঃ হাড়ৰ বাহিৰৰ ফালে থকা আৱৰণক কি বোলে ? 
উঃ পেৰিঅ’ষ্টিয়াম।
প্ৰঃ ক্ৰ’ম’জ’মত থকা ডি. এন. এ. ৰ সম্পূর্ণ নামটো কি ? 
উঃ ডি অক্ৰিৰিব’ নিউক্লিক এছিড।
প্ৰঃ আমাৰ দেহত গতি কৰা বৈদ্যুতিক আবেগৰ বেগ কিমান ? 
উঃ ২৫০ মিটাৰ প্ৰতি ঘন্টা।
প্রঃ মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান ?
উঃ ৩৭ ডিগ্রি ছেঃ।
প্রঃ এজন প্রাপ্ত বয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে ?
উঃ ২০৬ ডাল।
প্রঃ মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি ?
উঃ উর্বস্থি।
প্রঃ প্রাণীক শ্বাস প্রক্রিয়াত কিহে সহায় কৰে ?
উঃ মাইট’কন্দ্ৰিয়াই ।
প্ৰঃ হৃদ স্পন্দন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি ?
উঃ ষ্টেথস্কোপ।
প্ৰঃ বৃদ্ধি বিপাক আৰু প্ৰজনন তথ্য ক’ত থাকে ?
উঃ ডি. এন. এ. ।
প্রঃ সর্ববৃহৎ অন্তঃস্ৰাৱী গ্ৰন্থিটো কি ? 
উঃ থাইৰয়ড গ্রন্থি।
প্রঃ লালটিত থকা উৎসেচকটোৰ নাম কি ? 
উঃ টায়ালিন।
প্রঃ এজন মানুহে সাগৰৰ উপকূলৰ পৰা এভাৰেষ্ট শৃংগলৈ গ’লে কি অনুভৱ কৰিব ? 
উঃ তেওঁৰ শ্বাস-প্রশ্বাস আৰু হৃদ স্পন্দন বৃদ্ধি পাব।
প্ৰঃ জীৱকোষৰ জিনৰ আকস্মিক পৰিৱৰ্তনক কি বোলে ?
উঃ মিউটেশ্যন।
প্ৰঃ জীৱনৰ বহিৰাগত বৈশিষ্ট্যক কি বোলে ?
উঃ ফেনোটাইপ।
প্ৰঃ অতিৰিক্ত পৰিশ্ৰমৰ ফলত পেশীকলাত কি এছিড সঞ্চাৰিত হয় ?
উঃ লেক্টিক এছিড।
প্ৰঃ মানুহৰ হাড়ত কোনবিধ পদার্থ সঞ্চিত থাকে ?
উঃ কেলছিয়াম।
প্রঃ অনিৰ্থিন চক্র মানৱ দেহৰ কোনটো অংগত সংঘটিত হয় ? 
উঃ যকৃতত।
প্ৰঃ শ্বসনত অংশ গ্ৰহণ নকৰা বায়ুক কি বোলে ?
উঃ নিষ্ক্রিয় বায়ু।
প্রঃ কোনবিধ হৰমোনে পাকস্থলীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ?
উঃ গেচট্রিনে ।
প্ৰঃ মানৱ দেহৰ আটাইতকৈ কঠিন পদার্থবিধ কি ?
উঃ দাঁতৰ এনামেল।
প্ৰঃ মানৱ দেহৰ আটাইতকৈ টান হাৰ্ডাল কি ?
উঃ হনু অস্থি।
প্রঃ কোষ তথ্য কোনে আগবঢ়াইছিল ? 
উঃ শ্লেইডেন আৰু শ্লোৱান।
প্ৰঃ জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো কি ?
উঃ প্রজনন।
প্ৰঃ শৰীৰৰ কোনটো অংগক আদমৰ আপেল বুলি কোৱা হয় ? 
উঃ লেৰিংছ বা স্বযন্ত্র।
প্ৰঃ মানুহৰ দেহৰ কোনটো অংগই গোটেই জীৱন জুৰি নিৰবচ্ছিন্নভাৱে বৃদ্ধি হৈ থাকে ?
উঃ চকুৰ লেন্স।
প্রঃ মানুহৰ কাণে কিমানৰ পৰা কিমানৰ মাজৰ কম্পনাংক শুনিব পাৰে ? 
উঃ ২০ হাৰ্জৰ পৰা ২০০০০ হার্জলৈ।
প্ৰঃ প্রাপ্ত বয়স্ক লোকৰ স্বাভাৱিক নাড়ী স্পন্দন কিমান ?
উঃ ৭২ বাৰ (প্রতি মিনিটত)।
প্রঃ কোনে প্রথমে ভাইৰাছ আৱিষ্কাৰ কৰিছিল ?
উঃ ইভনেওস্কিয়ে।
প্রঃ মানুহৰ শৰীৰত সহজতে হোৱা ভেকুৰজনিত ৰোগবিধ কি ? 
উঃ খৰ।
প্ৰঃ এতিয়ালৈকে আৱিষ্কৃত হোৱা মানৱ দেহৰ দুৰ্লভ ৰক্ত দল কি ?
উঃ এ-এইচ।
প্রঃ কোনবিধ চৰায়ে পোনে পোনে সূৰ্যৰ ফালে চাব পাৰে ?
উঃ ঈগল।
প্রঃ কোনবিধ চৰায়ে পিছফালে উৰিব পাৰে ? 
উঃ হামিংবার্ড।
প্রঃ কোনবিধ চৰায়ে দুবছৰৰ মূৰত এটা কণী পাৰে ? 
উঃ এলবাট্র’ছ।
প্রঃ পলিঅ’, ধনুষ্টংকাৰ, ডিপথেৰিয়া আৰু হুপিংকাহ: এইবোৰ কোনবিধ ভাইৰাচৰ পৰা হয় ?
উঃ পলিঅ’।
প্ৰঃ কিহৰ বাবে দৈ গাখীৰৰ সোৱাদ টেঙা হয় ?
উঃ এচেটিক এছিড উৎপন্ন হয় বাবে।
প্ৰঃ আহাৰ গুড়ি কৰিবলৈ কোন দাঁত ব্যৱহাৰ হয় ?
উঃ পেষক দাঁত।
প্রঃ মৌমাখি প্রতিপালনক কি বুলি কোৱা হয় ?
উঃ মৌ-পালন।
প্ৰঃ মৌমাখিয়ে কিহৰ সহায়ত যোগাযোগ কৰে ?
উঃ নৃত্য আৰু ফ্ৰে’ম’নৰ জৰিয়তে।
প্ৰঃ ঘেহুঁৰ ৰাষ্ট বেমাৰটো কিহে সৃষ্টি কৰে ? 
উঃ ভেঁকুৰ।
প্ৰঃ পাট পলুৰ প্ৰজননক কি বুলি কোৱা হয় ? 
উঃ ৰেচম শিল্প।
প্ৰঃ ৰোগ বিয়পাবৰ বাবে আটাইতকৈ বিপদজনক প্রাণীটো কি ? 
উঃ মহ।
প্রঃ তিমি মাছ স্তন্যপায়ী শ্ৰেণীৰ অন্তৰ্ভূক্ত কিয় ? 
উঃ ইহঁতে পোৱালি জন্ম দিয়ে বাবে।
প্ৰঃ ভাৰতৰ চেন্ট্রাল ড্রাগ ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত ? 
উঃ লক্ষ্মৌত।
প্ৰঃ শৰীৰত হৰম’ন উৎপাদনকাৰী গ্রন্থিক কি নামেৰে জনা যায় ?
উঃ পিটুইটাৰী।
প্ৰঃ কি হৰম’নৰ অভাৱত ডাইবেটিছ মেলাইটিছ ৰোগ হয় ? 
উঃ ইনচুলিন।
প্ৰঃ তেজৰ গ্ৰুপ কেইটা আৰু কি কি ? 
উঃ তেজৰ গ্ৰুপ চাৰিটা, যথা: A, B, O আৰু AB
প্ৰঃ কোন গ্ৰুপৰ লোকে সকলো গ্ৰু পৰ তেজ ল’ব পাৰে ? 
উঃ AB গ্রুপৰ লোকে।
প্ৰঃ তেজ কিয় ৰঙা হয় ? 
উঃ হিম’গ্লবিন থাকে বাবে ।
প্ৰঃ গাখীৰত থকা শৰ্কৰাবিধ কি ? 
উঃ লেকটজ ।
প্ৰঃ কি ভিটামিনৰ অভাৱৰ বাবে মানুহ কুকুৰীকণা হয় ? 
উঃ ভিটামিন A -ৰ অভাৱৰ বাবে ।
প্রঃ কিহৰ দোষৰ বাবে বৰ্ণান্ধ ৰোগটো হয় ?
উঃ শঙ্কু (Cones).
প্ৰঃ কোন স্তৰত ক্ৰম’জমবোৰ স্পষ্টভাৱে দেখা যায় ?
উঃ মধ্য স্তৰত।
প্রঃ মানুহৰ শৰীৰত শতকৰা কিমান ভাগ পানী থাকে ?
উঃ প্রায় ৯০ ভাগ।
প্ৰঃ কিৱি চৰাইবিধ বিশেষকৈ ক’ত পোৱা যায় ?
উঃ নিউজিলেণ্ডত।
প্ৰঃ কিহৰ পৰা কফি আহৰণ কৰা হয় ? 
উঃ কফি গছৰ বীজৰ পৰা।
প্রঃ কি আৱিষ্কাৰৰ বাবে এফ. জি. বেটিঙে নবেল বঁটা লাভ কৰিছিল ?
উঃ ইনচুলিন।
প্রঃ কোনবিধ হৰম’নৰ অভাৱত মানুহৰ চুলি পকে ? 
উঃ মোলন’চাইট ষ্টিমুলেটিং হৰম’নৰ ক্ষৰণ কমি গ’লে।
প্ৰঃ পেংগুইন নামৰ চৰাইবিধ বিষেশকৈ ক’ত দেখা পোৱা যায় ?
উঃ এন্টার্কটিকাত।
প্ৰঃ কি চৰায়ে উৰিব নোৱাৰে ?
উঃ এমু / উট চৰাই।
প্রঃ কোষৰ আটাইবোৰ ৰাইজ’ম ধবংস হ’লে কি হ’ব? 
উঃ প্ৰ’টিন গঠন হ’ব।
প্রঃ উদ্ভিদৰ বাবে কেনে ধৰণৰ মাটি উপযোগী ? 
উঃ জৈৱ পদার্থযুক্ত মাটি।
প্ৰঃ এছকৰিবক এচিড কি ?
উঃ ভিটামিন ছি।
প্রঃ ‘Origin of Species’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
উঃ চাৰ্লচ ডাউইনে।
প্রঃ কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল ?
উঃ আলেকজেণ্ডাৰ ফ্লেমিং।
প্ৰঃ প্ৰ’টিনৰ নিৰ্মাণ তন্ত্র কি ?
উঃ এমিন’ এছিড।
প্রঃ কোনবিধ উদ্ভিদক ‘স্বৰ্গৰ উদ্ভিদ’ বুলি কোৱা হয় ? 
উঃ নাৰিকল গছ।
প্রঃ উদ্ভিদ কোষত পর্যাপ্ত পৰিমাণে পোৱা পদাৰ্থটো কি ?
উঃ চেলুল’জ।
প্রঃ চৰাইৰ ভিতৰত কোনবিধ চৰাইৰ দৃষ্টিশক্তি আটাইতকৈ তীক্ষ্ণ ? 
উঃ শগুণৰ ।
প্রঃ কোনবিধ প্রাণীয়ে শ্বসন অংগ নোহোৱাকৈ শ্বসন কার্য সম্পন্ন কৰে ? 
উঃ কেঁচু।
প্রঃ কি গছক ‘কল্পবৃক্ষ’ বুলি কোৱা হয় ?
উঃ নাৰিকল গছক।
প্ৰঃ প্ৰাণীদেহৰ সঞ্চিত খাদ্যসমূহ কি ৰূপত থাকে ? 
উঃ গ্লাইক’জেন ৰূপত।
প্ৰঃ দেহত নীলা তেজ থকা মাছবিধ কি ?
উঃ লবষ্টাৰ।
প্ৰঃ মগজু নোহোৱা মাছবিধৰ নাম কি ?
উঃ তৰা মাছ।
প্রঃ কোষৰ অজৈৱ অংশটো কি ?
উঃ ৰিক্তিকা।
প্রঃ ক্রিকেট খেলৰ বেট তৈয়াৰ কৰিবলৈ কি কাঠ ব্যৱহাৰ কৰা হয় ? 
উঃ উইল’।
প্রঃ কোনবিধ চৰাইৰ চকু আটাইতকৈ ডাঙৰ ? 
উঃ জায়েন্ট স্কুইট।
READ MORE  Assam Police AB/UB & SI Mock Test 2022 | Gramers Mock Test For Assam Police

Leave a Comment