বিশ্বব্ৰহ্মাণ্ড (বিজ্ঞান) কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ : General Knowledge in Assamese Language

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সংগ্ৰহ কৰিছো। আমি ভাবো এই প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা 

Social Link
WhatsApp Join
Telegram Join


প্রঃ ‘বিজ্ঞান’ বুলিলে কি বুজা ?

উঃ ‘বিজ্ঞান’ বুলিলে কোনো এক বিষয় বস্তু বা ঘটনাৰ অন্তৰালত নিহিত থকা নীতি, সূত্র বা কাৰ্য প্ৰণালীৰ ওপৰত প্ৰণালীবদ্ধ পর্যেবক্ষণ, পৰীক্ষা নিৰীক্ষা আদিৰ জৰিয়তে লাভ কৰা বিশেষ জ্ঞানক বুজায়।

WhatsApp Group Join Now
Telegram Group Join Now

প্ৰঃ সৌৰজগত মানে কি ? 

উঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা গ্রহ, উপগ্ৰহ আৰু জোতিষ্কবোৰক একেলগে সৌৰ জগত বোলে

প্রঃ নক্ষত্র কি ?

উঃ মহাকাশত নিজা তাপ আৰু পোহৰ থকা জ্যোতিষ্কক ‘নক্ষত্র’ বুলি কোৱা হয়।

প্রঃ সূর্য কি ?

উঃ সূর্য মহাকাশত থকা এটি নক্ষত্র।

Assam Police AB/UB Questions: Click here

প্ৰঃ সূৰ্যক প্রদক্ষিণ কৰি থকা গ্রহ কেইটা কি কি ? 

উঃ সূর্যক প্রদক্ষিণ কৰি থকা গ্ৰহ ৮ টা, যেনেঃ বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শণি, ইউৰেনাছ আৰু নেপচুন।

প্ৰঃ সূৰ্যৰ ব্যাস কিমান? 

উঃ ৮ লাখ ৮৮ হাজাৰ মাইল।

প্রঃ তাৰকা ৰাজ্য কি ?

উঃ মহাকাশত থকা কেইবা কৌটি নক্ষত্ৰৰ সমষ্টিক ‘তাৰকা ৰাজ্য’ বোলে ।

প্ৰঃ এক পাৰছেকত কিমান আলোকবর্ষ

উঃ ৩.২৬ আলোকবর্ষ।

Assam All Exam Questions: Click Here

প্রঃ আমাৰ পৃথিৱীখনৰ বয়স কিমান ? 

উঃ প্রায় ৮০০ কোটি বছৰ।

প্ৰঃ বুধ গ্ৰহৰ উপগ্রহ আছেনে ?

উঃ নাই।

প্ৰঃ কোন গ্ৰহৰ কিমান উপগ্রহ আছে ? 

উঃ পৃথিৱীৰ ১ টা, মংগলৰ ২ টা, বৃহস্পতিৰ ১৪ টা, শনিৰ ৩ টা।

প্ৰঃ কোনটো গ্ৰহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয়

উঃ শুক্র গ্রহ।

প্রঃ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উঃ শুক্র।

প্ৰঃ সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্রহ নাই ?

উঃ বুধ আৰু শুক্র গ্রহৰ।

প্ৰঃ উপগ্রহ বুলিলে কি বুজা ? 

উঃ কোনো গ্রহ এটাক কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক ‘উপগ্রহ’ বোলে

প্ৰঃ আমাৰ কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বুলি কোৱা হয়?

উঃ শুক্র গ্রহক।

প্ৰঃ পূৱৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো ? 

উঃ ইউৰেনাছ।

প্রঃ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ? 

উঃ বুধ।

প্ৰঃ সূৰ্যৰ শক্তিৰ উৎস কি ?

উঃ নিউক্লিয় সংযোজন।

প্রঃ সূর্য পৃষ্ঠৰ উষ্ণতা কিমান ?

উঃ ৬০০০ ডিগ্ৰী ছেলছিয়াছ।

প্ৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ? 

উঃ ১৪কোটি ৩৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।

প্ৰঃ পৃথিৱীৰ তুলনাত সূর্য কিমান ডাঙৰ ? 

উঃ ১৩ লাখ গুণ।

প্ৰঃ সৌৰ জগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি ? 

উঃ বৃহস্পতি।

প্ৰঃ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ? 

উঃ নেপচুন।

প্ৰঃ সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান ? 

উঃ প্রায় ৯৯.৮৬ শতাংশ।

প্ৰঃ গ্ৰহৰ গতি সূত্ৰবোৰ কোনে কৰিছিল ?

উঃ কেপ্পাৰে।

প্রঃ মহা আকাশৰ ৰঙা গ্ৰহ কোনটো ?

উঃ মংগল গ্রহ।

প্ৰঃ ধুমকেতু কিহেৰে গঠিত ? 

উঃ শীতল পানী, কার্বনডাই- অক্সাইড আৰু মিথেন গেছেৰে।

প্ৰঃ ‘নেবুলাৰ প্ৰকল্প’ নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল ?

উঃ লেপ্পেছে।

প্ৰঃ সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে ? 

উঃ ৮মিনিট ২০ চেকেণ্ড।

প্ৰঃ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান ? 

উঃ ৩ লাখ ৪২ হাজাৰ কিলোমিটাৰ।

প্ৰঃ ধূমকেতু কি ? 

উঃ ধূমকেতু হ’ল গ্রহবোৰৰ দৰে সূৰ্যক প্রদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ই সূৰ্যৰ ওচৰলৈ আহিলে সূৰ্যৰ তাপত গেছৰ আয়তন বাঢ়ি নেজৰ সৃষ্টি কৰে।

প্ৰঃ আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয় ?

উঃ ফট’ছফিয়েৰ।

প্রঃ এতিয়ালৈকে চিনাক্ত কৰা নক্ষত্রপুঞ্জৰ সংখ্যা কিমান ?

উঃ ৮৮খন।

প্রঃ কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় ? 

উঃ ৩ জুলাইত।

প্রঃ টাউৰাছ, সপ্তর্ষিমণ্ডল, অৰিয়ন আৰু চিৰিয়াছৰ কোনটো নক্ষত্রপুঞ্জ নহয় ?

উঃ চিৰিয়াছ।

প্ৰঃ হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল ?

উঃ ১৯৮৬ চনত।

প্ৰঃ পৃথিৱীৰ গতিবেগ কিমান ?

উঃ চেকেণ্ডত ১৮৫ মাইল।

প্রঃ আমাৰ পৃথিৱীখনৰ ব্যাস আৰু আয়তন কিমান ? 

উঃ ব্যাস ৭৯৭২ মাইল আৰু আয়তন ১৯৬৫৫০ মাইল।

প্রঃ এণ্ডোমিতা বুলিলে কি বুজা ?

উঃ এণ্ডোমিতা হ’ল এটি নিহাৰিকাৰ নাম। ইয়াৰ ওজন সূৰ্যতকৈয়ো তিনি হাজাৰ গুণ বেছি।

প্রঃ কোনটো গ্রহ জভিয়ান গ্রহ নহয় ?

উঃ মংগল গ্রহ।

প্রঃ কোন গৰাকী বিজ্ঞানীয়ে জ্যোতির্বিজ্ঞান সম্বন্ধীয় পর্যেবক্ষণত পোন প্ৰথমে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল ? 

উঃ গেলিলিঅ’।

প্ৰঃ সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান সময় লাগে ?

উঃ ২৭.৩ দিন।

প্ৰঃ সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ?

উঃ গেনিমেড।

প্ৰঃ ধ্ৰুৱতৰা কোন নক্ষত্র মণ্ডলত অৱস্থিত ?

উঃ কাল-পুৰুষ মণ্ডলত।

প্রঃ আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কোন শ্রেণীৰ তাৰকা ৰাজ্য ? 

উঃ সৰ্পিল তাৰকা ৰাজ্য।

Leave a Comment