মহাকাশ অভিযান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ : General Knowledge in Assamese Language

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download
আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সংগ্ৰহ কৰিছো। আমি ভাবো এই প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা 

Q1, মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি ?

Ans: স্কাইলেব-১।
Q2. কোন চনত পোন প্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল ?
Ans: ১৯৬১ চনত।
Q3. ভাৰতীয় কৃত্রিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল ?
Ans: ১৯ এপ্রিল, ১৯৭৫ চন।
Q4. ভাৰতৰ ৰাকেশ শর্মাই মহাকাশত কোন চনত খোজ দিছিল ? 
Ans: ৩ এপ্রিল, ১৯৮৪ চন।
Q5. মহাকাশযানৰ প্রথম মহিলা পাইলট কোন আছিল ? 
Ans: আইলীন কলিনছ (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
Assam Police AB UB MCQ Test: Click here
Q6. বিশ্বত মহাকাশ যুগ কেতিয়া আৰম্ভ হয় ? 
Ans: ১৯৫৭ চনৰ ৪ অক্ত’বৰত ৰাছিয়াই পোন প্ৰথমতে মহাকাশত ‘স্পুটনিক’ নামৰ যান প্ৰেৰণ কৰি মহাকাশ যুগৰ শুভাৰম্ভ কৰিছিল।
Q7. বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল ?
Ans: ৰাছিয়াৰ ইউৰি গাগাৰিন।
Q8. চন্দ্ৰত অৱতৰণ কৰিবলৈ কোনখন দেশে প্রথম মহাকাশযান পঠাইছিল ?
Ans: আমেৰিকা যুক্তৰাষ্ট্ৰ।
Q9. প্ৰথম ভাৰতীয় কৃত্রিম উপগ্ৰহটোৰ নাম কি ?
Ans: আর্যভট্ট।
Q10. শ্রীহৰিকোটা কোন প্ৰদেশত অৱস্থিত ?
Ans: অন্ধ্রপ্রদেশ।
Assam Police AB UB MCQ Test: Click here
Q11. দুগৰাকী ভাৰতীয় মহাকাশচাৰীৰ নাম কোৱা ? 
Ans: ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা।
Q12. প্রথম মহিলা মহাকাশচাৰী কোন আছিল ? 
Ans: ৰাছিয়াৰ ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন)।
Q13. বিশ্বৰ কোনখন দেশে প্রথমে কৃত্রিম উপগ্রহ প্ৰেৰণ কৰিছিল ?
Ans: ছোভিয়েট ৰাছিয়া।
Q14. মহাকাশৰ প্ৰথম পর্যটকজন কোন আছিল ?
Ans: ডেনিছ টিট’।
Q15. প্রথম কৃত্রিম উপগ্রহটোৰ নাম কি ?
Ans: স্পুটনিক- ১।
SSC Constable GD Mock Test Part 03: Click here

Q16. মহাকাশত খোজ দিয়া প্রথম আমেৰিকান গৰাকী কোন ? 
Ans: আলম বালেটি শ্বেফার্ড।
Q17. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত প্ৰতিষ্ঠিত হৈছিল ?
Ans: ১৯৬৯ চনত।
Q18. ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অগ্রগণ্য বিজ্ঞানীজন কোন
আছিল ?
Ans: বিক্রম চাৰাভাই।
Q19. আমেৰিকাৰ ৰকেট বিদ্যাৰ পিতৃ কোন ?
Ans: ৰবাৰ্ট গডার্ড।
Q20. সর্বপ্রথম কোনে চন্দ্ৰত অৱতৰণ কৰিছিল ?
Ans: আমেৰিকাৰ মহাকাশচাৰী নীল আর্মস্ট্রং, ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে ভাৰতীয় সময়মতে ৰাতিপুৱা ৮ বাজি ২৬ মিনিটত।
SSC Constable GD Mock Test Part 04: Click here
Q21. কোন ঠাইৰ পৰা ভাৰতৰ প্রথম কৃত্রিম উপগ্রহ ‘আর্যভট্ট’ উৎক্ষেপন কৰা হৈছিল ? 
Ans: ছোভিয়েট ৰাছিয়াৰ পৰা।
Q22. মহাকাশত স্থাপন কৰা প্রথম মহাকাশ ষ্টেচনটোৰ নাম কি ? 
Ans: ‘চেলিউট’ (১৯৭১ চন)।
Q23. মুক্তবেগ কি ?
Ans: যি বেগত গ’লে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণক এৰাই যাব পাৰি তাকে ‘মুক্তবেগ’ বা ‘এচকেপ ভেলোচিটি’ বোলা হয়। মুক্ত বেগৰ মান ঘন্টাত ২৫০০০ মাইল।
Q24. মানৱযান পঠিওৱা পৃথিৱীৰ তৃতীয় দেশ কোনখন ?
Ans: চীন।
Q25. ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত কিমানখন দেশে অংশ গ্ৰহণ কৰিছে ?
Ans: ১৬ খন।
SSC Constable GD Mock Test Part 05: Click here

Q26. এতিয়ালৈকে কিমানজন মহাকাশচাৰীয়ে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে ?
Ans: ১২ জন।
Q27. কোন চনত ‘স্কাইলেব’ পৃথিৱীত পতিত হৈছিল ?
Ans: ১৯৭৯ চনত।
Q28. সৌৰজগতৰ কোনটো গ্ৰহৰ নাম গ্রীক শব্দ ব্যৱহাৰ নকৰাকৈ ৰখা হৈছে ?
Ans: পৃথিৱী।
Q29. মহাকাশত নিহত হোৱা প্ৰথম মানুহজনৰ নাম কি আছিল ? 
Ans: ব্লাডিমাৰ ক’মাভ।
Q30. লাইট ইয়েৰ (আলোকবর্ষ) কি ?
Ans: লাইট ইয়েৰ হ’ল পোহৰে এবছৰত গতি কৰিব পৰা দূৰত্ব।
SSC Constable GD Mock Test Part 06: Click here

Q31. ৰাছিয়াৰ মহাকাশযান কেতিয়া শুক্র গ্ৰহত অৱস্থান কৰে ?
Ans: ১৯৭০ চনত।
Q32. মহাকাশত আটাইতকৈ বেছিদিন কটোৱা ব্যক্তিজন কোন ? 
Ans: ইউৰি ৰ’মানিকভ, (৩২৬ দিন)।
Q33. মহাকাশত খোজ কঢ়া প্রথম ব্যক্তিজন কোন ?
Ans: ৰাছিয়াৰ আলেকচেল লিওনভ।
Q34. শুক্র গ্ৰহত অৱতৰণ কৰা প্রথম মহাকাশযানখনৰ নাম কি ?
Ans: ভেনেৰা -৭।
Q35. মঙ্গল গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন যানখনৰ নাম কি
Ans: মেৰিণাৰ -৪।
Assam Police AB UB MCQ Test: Click here
Q36. বুধ গ্ৰহলৈ যোৱা প্ৰথম মানৱবিহীন মহাকাশযানখনৰ নাম কি ?
Ans: মেৰিণাৰ -১০।
Q37. মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?
Ans: ‘লাইকা’ নামৰ কুকুৰ।
Q38. মহাজাগতিক ৰশ্মি কি ?
Ans: অতি ক্ষীণ বিদ্যুৎ চুম্বকীয় তৰঙ্গৰ বিকীৰণ
Q39. স্পেচ শ্বাটল কি ?
Ans: ‘স্পেচ শ্বাটল’ হ’ল বিশেষ ধৰণৰ মহাকাশ যান। ইয়াক মহাকাশত উৎক্ষেপন কৰাৰ পাছত আকৌ পৃথিৱীলৈ ঘূৰাই আনিব পাৰি।
Q40. প্রথম স্পেচ শ্বাটলখনৰ নাম কি আছিল ?
Ans: ‘কলম্বিয়া’।
Q41. জেট বিমান আৰু ৰকেটৰ মাজত পার্থক্য কি ? 
Ans: জেট বিমান অকল বায়ুমণ্ডল থকা ঠাইতহে উৰিব পাৰে। বায়ুত থকা অৰ্চিজেনে জেটক ইন্ধন যোগায়। আনহাতে ৰকেট উৰিবলৈ বায়ুমণ্ডলৰ প্ৰয়োজন নাই। ইয়াৰ ইন্ধনৰ বাবে অক্টিজেন যোগান ধৰিবলৈ ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে।
Q42. হাবল কি ?
Ans: হাবল হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই মহাকাশত স্থাপন কৰা বিশ্বৰ বৃহত্তম আৰু ভ্ৰাম্যমান এটা দূৰবীণ যন্ত্ৰ।
Q43. ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ ) কি ? 
Ans: ব্ল্যাক হোলচ (কৃষ্ণ গহ্বৰ) হ’ল এটি অতি প্রাচীন মৃত নক্ষত্র। এই মৃত নক্ষত্ৰটোৰ পদাৰ্থবোৰ ইমানেই ঘনীভূত যে ইয়াত অত্যন্ত শক্তিশালী মাধ্যাকর্ষণ বলৰ সৃষ্টি হয় । এই মাধ্যাকর্ষণ শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়া বাবে এনে নক্ষত্র এটি কল্পনাতীত বৃহৎ অন্ধকাৰ গহ্বৰ হৈ পৰে ।
Q44. এজন মানুহে পোহৰৰ গতিবেগত মহাকাশত ২৪ ঘন্টা ভ্রমণ কৰিলে পৃথিৱীত সেই সময়খিনিত কিমান সময় পাৰ হৈ যাব ? 
Ans: ১৮ বছৰ।
READ MORE  DME Assam Recruitment 2023 | 2019 Grade III & Grade IV Vacancy

Leave a Comment