ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download
অসমীয়া ত অধিক কুইজ পাবলৈ আমাৰ টেলেগ্ৰামত গ্ৰুপত জইন হৈ লওক
Social Link
WhatsApp Join
Telegram Join


প্রঃ আটাইতকৈ পাতল গেছ হাইড্ৰ’জেন কোনে আৱিষ্কাৰ কৰিছিল 

উঃ হেনৰী কেভিণ্ডিছে। (১৭৭৬ চনত)
প্ৰঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ গেলিলিঅ’য়ে।
প্রঃ ১৮ কেৰেট সোণৰ কিমান শতাংশ বিশুদ্ধ সোণ থাকে ?
উঃ ৭৫%।
প্ৰঃ ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহী কোনটো ?
উঃ ছিলভাৰ।
প্ৰঃ পিতল কি ধাতুৰ সমষ্টি ?
উঃ তাম আৰু দস্তা।
প্ৰঃ অক্সিজেনৰ উতলাংক কিমান থাকে ? 
উঃ ১৮২.৯৭৬ ডিগ্রী ছেন্টিগ্রেড।
প্রঃ মানুহে এবাৰ নিশাহত কিমান পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড গেছ এৰি দিয়ে ? 
উঃ প্রায় ৩.৭ ভাগ।
প্রঃ আটাইতকৈ বিষাক্ত গেছবিধ কি ?
উঃ কার্বন মনোঅক্সাইড ।
প্ৰঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি ?
উঃ লেকটিক এচিড।
প্রঃ আদিতে ৰাসায়নিক শাস্ত্র চর্চাক কি নামেৰে জনা গৈছিল ?
উঃ এলকেমি।
প্ৰঃ সোণ গলাব পৰা এচিড দুবিধৰ নাম কি ?
উঃ নাইট্ৰিক এচিড আৰু হাইড্ৰ’ক্লডি এচিড।
প্রঃ কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক কোন ? 
উঃ ছাৰ হামফ্রে ডেভি
প্ৰঃ খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰৰ নাম কি ? 
উঃ পটেছিয়াম নাইেট্ৰট, এঙাৰ আৰু ছালফাৰ।
প্ৰঃ ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্য বিধৰ নাম কি ? 
উঃ আয়োডিন।
প্রঃ কোঁৱৰ ধাতুক ‘কিং মেটাল’ বুলি কোৱা হয় ? 
উঃ সোণ, পাৰা আৰু প্লেটিনাম ।
প্রঃ জুইশলা বাকচৰ দুয়োপিনে থকা প্ৰলেপ কিহেৰে প্ৰস্তুত কৰা হয় ? 
উঃ ৰঙা ফছফৰাছ আৰু এন্টিমনি-ছালফাইডৰ প্ৰলেপ।
প্রঃ কার্বন-ডাই অক্সাইড গেছৰ আৱিষ্কাৰক কোন ?
উঃ ভন হেলমোঁ।
প্ৰঃ কৰ্পূৰৰ ৰাসায়নিক সংকেত কি?
উঃ C10H160
প্রঃ কিমান ডিগ্রী ছেন্টিগ্রেডত সোণ গলাব পাৰি ? 
উঃ প্রায় ১০৬৩ ডিগ্রী ছেন্টিগ্রেডত।
প্ৰঃ ছ’ডা পানীত কি এচিড থাকে ? 
উঃ কার্বলিক এচিড়।
প্ৰঃ বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙ তিনিটাৰ কোন বিধে বিপদ সংকেত বুজায় ? 
উঃ হালধীয়া ৰঙে ।
প্ৰঃ স্বচ্ছ কাঁচক সেউজীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় ? 
উঃ কপাৰ অক্সাইড ।
প্ৰঃ কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি ?
উঃ ছডিয়াম কার্বনেট।
প্ৰঃ এছিড আৰু পাৰাৰ বিক্ৰিয়াত কি সৃষ্টি হয় ? 
উঃ পানী আৰু নিমখ।
প্রঃ ফছফৰাছ পুৰিলে ওলোৱা বগা ৰঙৰ ধোৱা বিধৰ নাম কি ? 
উঃ ফছফৰাছ পেন্ট’অক্সাইড ।
প্ৰঃ ক্ল’ৰফৰ্মৰ আৱিষ্কাৰক কোন ?
উঃ চিম্পচন।
প্ৰঃ চেনি কি ?
উঃ এক প্ৰকাৰৰ কাৰ্বহাইড্রেট।
প্ৰঃ কি কি উপাদানৰ পৰা কাঁচ তৈয়াৰ কৰা হয় ? 
উঃ বালি, চূণ আৰু ছোড়া মিহলাই।
প্রঃ বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয় ?
উঃ ডিটাৰজেন্ট।
প্রঃ চিমন্টেত কিমান ভাগ চূণ থাকে ?
উঃ শতকৰা ৬২.০ ভাগ।
প্ৰঃ বৰণ আৰু গোন্ধ নথকা গেছবিধ কি?
উঃ অক্সিজেন ।
প্ৰঃ ৰূপৰ উতলাংক কিমান ?
উঃ ৯৬০.৫ ডিগ্রী ছেন্টিগ্রেড।
প্রঃ কোনে কেতিয়া নাইট্ৰ’জেন গেছ আৱিষ্কাৰ কৰিছিল ?
উঃ ডেনিয়েল ৰুবাৰ ফৰ্ডে, ১৭৭২ চনত।
প্ৰঃ পানী, গাখীৰ, কেৰাচিন তেল, তাৰ্পিন তেল: এই কেইটাৰ ভিতৰত কোন বিধত অ’জন গেছ সহজে দ্রৱীভূত হয় ?
উঃ তাৰ্পিন তেলত।
প্ৰঃ স্বচ্ছ কাঁচক বেঙুনীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয় 
উঃ মেংগানিজ অক্সাইড ।
প্ৰঃ গন্ধক কিহত দ্ৰৱীভূত হয় ? 
উঃ কার্বন ডাই ছালফাইডত।
প্রঃ তৰল অক্সিজেনৰ ৰং কেনেকুৱা
উঃ ঈষৎ নীলা।
প্রঃ কোনে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল ?
উঃ জোছেফ প্রিষ্টলি আৰু কাৰ্ল স্কিলি।
প্ৰঃ সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে ? 
উঃ মেগনেছিয়াম ছিলিকেট।
প্রঃ ভিনেগাৰ কি ?
উঃ এছিটিক এছিডৰ জুলীয়া দ্ৰৱণ।
প্ৰঃ থার্মোমিটাৰৰ নলীডাল কি কাঁচেৰে সজা হয় ? 
উঃ বোৰো ছিলিকেট কাঁচেৰে।
প্ৰঃ চিন্টেথিক ৰবৰত কি থাকে ?
উঃ পলিমাৰ বুটা ডাইন আৰু ষ্টাইনি।
প্ৰঃ অতি উজ্জ্বল হোৱা সত্বেও হীৰাক ধাতু নুবুলি অধাতু বোলা হয় কিয় ?
উঃ হীৰাই কেতিয়াও ইলেক্ট্রন বৰ্জন কৰি আয়নৰ সৃষ্টি নকৰে বাবে ।
প্ৰঃ ক্ল’ৰ’ফৰ্ম কি ?
উঃ ইথাইল এলক’হল আৰু ব্লিচিং পাউডাৰৰ মিশ্রণ।
প্ৰঃ পানীতকৈ পাতল ধাতুবিধ কি ?
উঃ ছ’ডিয়াম।
প্ৰঃ পলিয়েষ্টাৰ দৰাচলতে কি ?
উঃ এলকহল আৰু এছিডৰ সংযোগ।
প্রঃ বাযুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে ? 
উঃ শতকৰা ২১ ভাগ।
প্রঃ কিমান ডিগ্রী উত্তাপত বায়ুক জুলীয়া অৱস্থালৈ নিব পাৰি ? 
উঃ ২০০ ডিগ্রী ছেন্টিগ্রেড উত্তাপত।
প্রঃ তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু বেছি গধুৰ ?
উঃ ৰূপ।
প্ৰঃ নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হয় ?
উঃ ৰঙা ।
প্ৰঃ তামোল-পাণৰ দোকানবোৰত পাণ ৰঙা কাপোৰেৰে ৰে ঢাকে কিয় ?
উঃ পানবোৰ সতেজ কৰিবলৈ কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্রিয়া অইন ৰঙাতকৈ বহু গুণে কম।
প্রঃ সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হোৱা ‘টিটিংছাৰ আয়োডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা ?
উঃ এলক’হলত আয়োডিনৰ দ্ৰৱ মিহলাই।
প্রঃ প্রাকৃতিক ৰবৰ কি গছৰ আঠাৰ পৰা প্ৰস্তুত কৰা হয় ? 
উঃ হিভিয়া নামৰ গছৰ আঠাৰ পৰা।
প্রঃ ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ, নেজৰ অংশ দুটাৰ বিশেষ নাম
আছে। নাম দুটা কি ? 
উঃ ডিটাৰজেন্ট অনু এটাৰ মূৰৰ অংশৰ নাম হাইড্ৰ’ফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্ৰ’ফ’ৰিক নেজ।
প্রঃ প্লাষ্টিকৰ মূল ভাগ দুটা কি কি ? 
উঃ থার্মো প্লাষ্টিক আৰু থার্মোছেটিং প্লাষ্টিক।
প্রঃ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয় ? 
উঃ নিকেল, লো আৰু ক্ৰ’মিয়ামৰ সংমিশ্ৰণ কৰি নিষ্কলংক তীখা প্রস্তুত কৰা হয়।
প্ৰঃ ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ?
উঃ গন্ধক।
প্ৰঃ চেলুলয়েড কিদৰে তৈয়াৰ কৰা হয় ।
উঃ নাইট্ৰাচেলুলুজ আৰু কৰ্পূৰ মিহলাই।
প্রঃ মেথিলেটেড স্পিৰ্টি কি ?
উঃ ইথাইল এলক’হল আৰু মিথাইল এলক’হলৰ মিশ্ৰণ।
প্ৰঃ গেলি-পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলায় কিয়? 
উঃ পচনৰ ফলত মাছ আৰু কণীত ছালফাৰ H25 উৎপন্ন হয়। সেইবাবে বেয়া গোন্ধ ওলায়।
প্ৰঃ ৰেফ্রিজাৰেটৰ কম্পেছাৰত ব্যৱহাৰ কৰা তলবিধৰ নাম কি ? 
উঃ ফ্রিওন।
প্ৰঃ ডিটাৰজেন্টেৰে কাপোৰ ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুত শক্তিৰ সৃষ্টি হয় যিয়ে কোপাৰৰ মলি দূৰ কৰে। বিদ্যুত বিধ কি ?
উঃ স্থিৰ বিদ্যুত।
প্রঃ কফি গছে কিমান বছৰলৈ ফল দিয়ে ?
উঃ তিনি বছৰলৈ।
প্ৰঃ ছিন্থেটিক ডিটাৰজেন্ট কিহেৰে তৈয়াৰ কৰা হয় ? 
উঃ এলকিন বেনজিনৰ পৰা।
প্রঃ চিমেন্টত থকা বিভিন্ন পদার্থসমূহ কি কি ? 
উঃ চিমেন্টত ছিলিকা ২২ শতাংশ, আইৰণ অক্সাইড ২.৫ শতাংশ, এলুমিনা ২.৫ শতাংশ আৰু চূণ ৬২.০ শতাংশ থাকে।
প্রঃ ভালকানাইজড ৰাবাৰ কি ? 
উঃ ৰবৰ গছৰ আঠাৰ লগত চালফাৰ মিহলাই ভালকানাইজড ৰাবাৰ প্ৰস্তুত কৰা হয়।
প্ৰঃ হালধীৰ ৰং হালধীয়া কিয় ?
উঃ হালধীত ‘কাৰকুমিন’ নামৰ এবিধ ৰাসায়নিক পদার্থ থকা বাবে হালধীৰ ৰঙ হালধীয়া হয়।
প্ৰঃ কি ৰাসায়নিক পদার্থ থকা বাবে গোলাপ ফুল ইমান সুগন্ধি হয় ?
উঃ গোলাপ ফুলৰ পাপৰিত ফিনাইল ইথাইল এলক’হল নামৰ ৰাসায়নিক পদার্থ থকা বাবে।
প্রঃ জীৱৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতিবেঙুনী ৰশ্মি কি কাঁচৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে ?
উঃ ক্ৰ’ক কাঁচৰ মাজেৰে।
প্রঃ টেৰিলিন কাপোৰ কিহেৰে তৈয়াৰী ? 
উঃ গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন কাপোৰ তৈয়াৰ কৰা হয়।
প্রঃ আদা জ্বলা লাগে কিয় ? 
উঃ আদাত জিনগেৰ’ল নামৰ এবিধ ৰাসায়নিক পদার্থ থাকে বাবে ই জ্বলা লাগে।
প্রঃ চাগুদানা উৎপন্ন কৰা গছবিধৰ নাম কি ?
উঃ ট্যাপিওকা।
প্রঃ কি কি ৰাসায়নিক পদার্থৰ সংযোগত নাইলন তৈয়াৰ কৰা হয় ? 
উঃ পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই এমিনৰ সংযোগত।
প্ৰঃ কৰ্পূৰ গছৰ কোন অংশৰ পৰা কৰ্পূৰ তৈয়াৰ কৰা হয় ? 
উঃ কৰ্পূৰ গছৰ যিকোনো অংশৰ পৰা।
প্ৰঃ মুখ চোৱা দাপোণৰ পিছফালে কিহেৰে প্ৰলেপ দিয়া হয় 
উঃ ৰেড লিড নামৰ ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ।
প্রঃ তৰল পদার্থ অথবা গেছত পানী থকা বা নথকা জানিবলৈ কি ব্যৱহাৰ কৰা হয় ?
উঃ অনাৰ্দ্ৰ কপাৰ ছালফেট।
প্ৰঃ এমোনিয়া গেছৰ নামাকৰণ কৰা বিজ্ঞানীজনৰ নাম কি ? 
উঃ প্রিষ্টলি।
প্ৰঃ কাঁচত ছবি আঁকিবলৈ কি এছিড ব্যৱহাৰ কৰা হয় ? 
উঃ হাইড্ৰ’ক্ল’ৰিক এছিড়।
প্রঃ আয়োডিনক বাষ্পলৈ ৰূপান্তৰিত কৰিলে তেনে বাষ্পৰ ৰং কেনেকুৱা হয় ?
উঃ বেঙুনীয়া।
READ MORE  SSC Constable GD Vacancy Most Important Mock Test Part 05

Leave a Comment