100+ Assam GK Questions And Answers For Competitive Exams

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ Sahayakassam.in ৱেবছাইটলৈ। আমাৰ ৱেবছাইটৰ পেজ সমূহৰ দ্বাৰা আমি আপোনালোকক অসমৰ বিভিন্ন বিষয় তথ‍্য সম্পৰ্কে জনাব বিচাৰিছো। আশা কৰিছো আপানালাকে আমাৰ Sahayakassam.in ৰ তথ্যৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। তলত আমাৰ টেলিগ্রাম গ্রুপ আৰু ফেচবুক পেজৰ লিংক প্ৰদান কৰা হৈছে তাতো গৈ জইন কৰিব পাৰে। আমাৰ টেলিগ্রাম গ্রুপত নিতৌ বিভিন্ন বিষয়ৰ পৰীক্ষাৰ Pdf প্ৰদান কৰা হয়‌।

Buy Now DHS Important Questions: Click Here

Hello, Aspirants Are You Preparing For APSC, Assam TET, Or Any Other Assam Govt Exams? If Yes, Then You Must Be Aware Of The Most Important Assam GK Questions And Answers For Competitive Exams Preparation. Therefore Every aspirant Need To Know The Most Important Assam GK For APSC, TET, PNRD, DHS, APDCL, Assam Police, Irrigation, And Any Other Assam Govt Exams. In This Regard “Sahayakassam.in” Decides To Provide You The Most Important 500 Assam GK Questions And Answers For Competitive Exams. In fact, The Assam GK & Quiz Questions And Answers Will Be A Key Topic In The Assam GK Section For The Upcoming APSC Prelims, Assam TET, And Other Assam Govt Exams. So The 500 Assam GK In the Assamese Language Will Be A Pedestrian To Crack Your Exam.

100+ Assam GK Questions And Answers For Competitive Exams

Assam Gk Quiz For All Competitive Exam

General Knowledge On Assam For Assam Civil Service

In This Article We Have Provided You A Total Of 100+ General Knowledge On Assam For Assam Civil Services Exam. So, Read All These Important Assam GK Questions And Answers For The Upcoming Exams As Well As Other Assam Govt Exams. These Assam GK Quiz In Assamese Language Are Extremely Important And Should Be A Part Of Your Preparation.

WhatsApp Group Join Now
Telegram Group Join Now

Assam History GK Questions and Answers

In Order To Succeed In The Prestigious Competitive Examination, It Is Important That The Aspirant Has Access To The Assam History GK Questions And Answers. Specially The Toppers Recommend That Aspirant Start Their Preparation With The Assam History Questions And Answers For The Upcoming Any Competitive Exams.

Assam GK Quiz – General Knowledge Questions And Answers

There Are Mainly Two Very Important Assam GK Quiz – General Knowledge Questions And Answers. They Are:

Buy Now DHS Important Questions: Click Here

১) ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

 

২) হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

 

৩) অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

 

৪) আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

 

৫) কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

 

৬) কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

 

৭) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

READ MORE  Assam Police, DHS, PNRD, APDCL, Soil Conversation, Anganwadi, APSC, & Defance Job Mock Test Part 01

উত্তৰ : ১৯২১ চনত।

 

৮) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

 

৯) অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৫ চনত।

 

১০) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

 

১১) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

 

১২) মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

 

১৩) ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

 

১৪) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

 

১৫) অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

 

১৬) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

 

১৭) কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

 

১৮) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

 

১৯) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

 

২০) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

 

২১) অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

 

২২) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

 

২৩) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

 

২৪) কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

 

২৫) অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

 

২৬) পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

 

২৭) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

 

২৮) ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

 

২৯) অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

 

৩০) অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

 

৩১) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

 

৩২) জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

 

৩৩) অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

 

৩৪) আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

 

৩৫) ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।

 

৩৬) অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

 

৩৭) স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

 

৩৮) অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

 

৩৯) স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।

 

৪০) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।

 

৪১) অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

READ MORE  IIT Guwahati Notification 2023 | 2 Project Associate Vacancy

উত্তৰ : ভাস্কৰ বৰ্মন।

 

৪২) অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

 

৪৩) ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

 

৪৪) প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

 

৪৫) ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

 

৪৬) আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

 

৪৭) গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

 

৪৮) ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

 

৪৯) অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়াৰ।

 

৫০) কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

 

৫১) ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

 

৫২) কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা

 

৫৩) ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?

উত্তৰ : অতুলনীয়

 

৫৪) ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?

উত্তৰ : +১৬.৯৩

 

৫৫) ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও

৫৬) অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা

 

৫৭) অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও

 

৫৮) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?

উত্তৰ : নাইজেৰিয়া ।

 

৫৯) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰ : ২২ এপ্ৰিল ।

 

৬০) Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?

উত্তৰ : ভাৰত মহাসাগৰ ।

 

৬১) নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?

উত্তৰ : ইজিপ্ত ।

 

৬২) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?

উত্তৰ : ইউৰি গাগাৰিন ।

 

৬৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?

উত্তৰ : ব্ৰাজিল ।

 

৬৪) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?

উত্তৰ : প্ৰশান্ত মহাসাগৰ ।

 

৬৫) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?

উত্তৰ : এছিয়া ।

 

৬৬)পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?

উত্তৰ : নীল নদী ।

 

৬৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?

উত্তৰ : আমাজান ।

 

৬৮) অসমৰ গৌৰৱময় সূতা কি?

উত্তৰ : মুগা।

 

৬৯) শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।

 

৭০) গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?

উত্তৰ : মৃৎ শিল্প।

 

৭১) হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।

 

৭২) পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?

উত্তৰ : শিৱসাগৰ।

 

৭৩) ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?

উত্তৰ : ১৯৭২ চনত।

READ MORE  Assam Police AB/UB & SI Mock Test 2022 | গণিত ৰ প্ৰশ্ন আৰু উত্তৰ

 

৭৪) পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?

উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।

 

৭৫) কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?

উত্তৰ : পিতল।

 

৭৬) ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : ৰতন থিয়াম।

 

৭৭) ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

 

৭৮) অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?

উত্তৰ : অষ্ট্ৰিক জাতি।

 

৭৯) বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?

উত্তৰ : ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।

 

৮০) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?

উত্তৰ : লক্ষ্মীনথ বেজবৰুৱা।

 

৮১) ২০০৪ চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : হীৰেন্দ্ৰ নাথ দত্ত (গ্ৰন্থ : মানুহ অনুকূলে)।

 

৮২) ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?

উত্তৰ : লতা মংগেশকাৰ।

 

৮৩) ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

 

৮৪) ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?

উত্তৰ : মৃত্যুঞ্জয়।

 

৮৫) কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?

উত্তৰ : ৰেৱতী মোহন দত্ত চৌধুৰী।

 

৮৬) তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰিজীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন?

উত্তৰ : ৰজনী কান্ত বৰদলৈ।

 

৮৭) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?

উত্তৰ : সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।

 

৮৮) বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?

উত্তৰ : দহিকতৰা আৰু কেতেকী।

 

৮৯) ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?

উত্তৰ : নীলা বাইদেউ।

 

৯০) “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?

উত্তৰ : সত্যনাথ বৰাৰ।

 

৯১) হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে?

উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়।

 

৯২) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?

উত্তৰ : মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।

 

৯৩) মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?

উত্তৰ : গঙ্গাধৰ কায়স্থ।

 

৯৪) কামৰূপৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ভগদত্ত

 

৯৫) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰ : ১৯৪৮ চনত

 

৯৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত?

উত্তৰ : তেজীমলা

 

৯৭) অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

 

৯৮) অসমৰ প্ৰধান ভাষা কি কি?

উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।

 

৯৯) অসমত তেল শোধনাগাৰ কেইটা আছে?

উত্তৰ : চাৰিটা। যথাক্ৰমে – ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাওঁ।

 

১০০) অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

Buy Now DHS Important Questions: Click Here

 

Leave a Comment