Assam All Exam Questions & Answer

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাবলৈ আমাৰ Sahayakassam.in  Subscribe কৰি ল’ব লগতে পাই থাকিব আহিবলগীয়া অসমৰ আৰু ভাৰতৰ চৰকাৰী চাকৰিৰ খবৰ সমূহ 


প্ৰশ্ন:- গুৱাহাটীৰ প্ৰথম গৰাকী আয়ুক্ত হিচাপে কাক নিয়োগ কৰা হৈছিল ?

উত্তৰ:- জ্যোৰ্তিময় চক্ৰৱৰ্তী


WhatsApp Group Join Now
Telegram Group Join Now

প্ৰশ্ন:- অসম সেনা আৰক্ষী কিমান চনত গঠন হৈছিল?

উত্তৰ:- ১৮৯১ চনত


প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী ৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভ কৰিছিল ?

উত্তৰ:- জোনাকী


প্ৰশ্ন:- অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো কি দিৱস হিচাবে উদযাপন কৰা হয় ?

উত্তৰ:- শিল্পী দিৱস


প্ৰশ্ন:- অসমৰ প্ৰথম সাহিত্যিক পেন্সনাৰ কোন আছিল ?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা


প্ৰশ্ন:- প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা


প্ৰশ্ন:- “গাওঁবুঢ়া ” নামৰ ধেমেলীয়া নাটক খনৰ ৰচক কোন? 

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা


প্ৰশ্ন:- এটা ভলীবল দলত কিমানজন খেলুৱৈ থাকে ?

উত্তৰ:- ৬ জন


প্ৰশ্ন:- অসমৰ আটাইতকৈ ওখ মন্দিৰ টোৰ নাম কি?

উত্তৰ:- শিৱসাগৰৰ শিৱদৌল


প্ৰশ্ন:- শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰ:- ১৬৭১ চনত


প্ৰশ্ন:- ভাগৱত গীতা কি ভাষাত লিখা হৈছিল ?

উত্তৰ:- সংস্কৃত


প্ৰশ্ন:- “মোৰ সত্য অন্বেষণৰ কাহিনী” কোনে লিখিছিল ?

উত্তৰ:- মহাত্মা গান্ধীয়ে


প্ৰশ্ন:- অসম আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰ:- বিদেশী বহিষ্কাৰ


প্ৰশ্ন:- কিমান চনত অসমত সংযুক্ত মুক্তি বাহিনীৰ গঠন হৈছিল?

উত্তৰ:- ১৯৭৯ চনত


প্ৰশ্ন:- অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায়?

উত্তৰ:- আডাম স্মিথ


প্ৰশ্ন:- অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ক’ত স্থাপন কৰা হয়?

উত্তৰ:- ডিগবৈ( ১৯০১)


প্ৰশ্ন:- অসমৰ চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত?

উত্তৰ:- গুৱাহাটী


প্ৰশ্ন:- বৰ্তমান অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেল জন কোন?

উত্তৰ:- ভাস্কৰজ্যোতি মহন্ত (DGP of Assam Police)


প্ৰশ্ন:- শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল?

উত্তৰ:- লাচিত বৰফুকন


প্ৰশ্ন:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

উত্তৰ:- গোলাঘাট জিলাত

READ MORE  Assam GK Questions | Download 500+ Most Important Assam GK MCQ PDF:

Leave a Comment