Assam general knowledge Mock Test in Assamese : Mock Test Gk

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ দেৱানন্দ বৰুৱা”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

2➤ অসমীয়া ভাষাত “সাহিত্য অকাডেমি বঁটা” লাভ কৰা প্ৰথম কবিতাপুথিৰ নাম হৈছে

3➤ জ্ঞানপীঠ বঁটা” লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিকজনৰ নাম হৈছে

4➤ হেমচন্দ্ৰ বৰুৱা”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

5➤ “হেমচন্দ্ৰ বৰুৱা”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

6➤ অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধানখনৰ নাম হৈছে

7➤ “যতীন্দ্ৰনাথ দুৱৰা”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

8➤ বনফুল” কবিতাপুথিখন নিম্নলিখিত কিমান চনত প্ৰকাশ হৈছিল

9➤ “হেমচন্দ্ৰ বৰুৱা”ৰ মৃত্যুৰ পাছত নিম্নলিখিত কোনে “হেমকোষ”ৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰিছিল

10➤ “দেৱানন্দ বৰুৱা”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

11➤ নিম্নলিখিত কিমান চনত “হেমকোষ”ৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল

12➤ “অসমীয়া ভাষাৰ ওজা” নামেৰে নিম্নলিখিত কাক সম্বোধিত কৰা হয়

13➤ “হেমকোষ” নামৰ অভিধানখন সংকলন কৰা প্ৰথমজন অসমীয়া সাহিত্যিকৰ নাম হৈছে

14➤ বনফুল” কবিতাপুথিৰ লেখকৰ নাম হৈছে

15➤ যতীন্দ্ৰনাথ দুৱৰা”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
READ MORE  IOCL Notification 2023 | Apply Right Now 1760 Technician Vacancy @sahayakassam.in
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

Leave a Comment