Lakhimpur Peon & Chowkidar (Grade IV)
Apply Now
Anganwadi Anganwadi Worker & Helper
Apply Now
Anganwadi Anganwadi Worker & Helper
Download
Assam Police SI & AB/UB MCQ Test 2022 | General Knowledge Online Test 2022
Sahayak Assam Quiz Online tests include a wide range of GK & General Awareness Questions & Answers in GK Quiz form. These Online General Knowledge tests cover all topics which can be useful for any competitive Exams,
1➤ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ (4th APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত
চনটিলাত কাহিলিপাৰাত ওলুবাৰীত তিতাবৰত
2➤ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ মুখ্য কাৰ্য্যালয়খন নিম্নলিখিত কোন ঠাইত অৱস্থিত
ফাঁচীবজাৰত উলুবাৰীত পানবজাৰ আদাবাৰীত
3➤ গুৱাহাটীত “আৰক্ষী আয়ুক্তালয়” নিম্নলিখিত কিমান চনত স্থাপন কৰা হৈছিল
২০১৭ ২০১৩ ২০১৫ ২০১০
4➤ প্ৰথম অসম আৰক্ষী কৰ্মী বাহিনীৰ (1st APTF Bn) মুখ্য কাৰ্যালয় ________ অৱস্থিত
গোৱালপাৰাত কাছাৰত তেজপুৰত নগাঁওত
5➤ অসমৰ নিম্নলিখিত কোনখন নগৰত “আৰক্ষী আয়ুক্তালয়” অৱস্থিত আছে
যোৰহাটত গুৱাহাটীত নগাঁওত তেজপুৰত
6➤ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা আই.পি.এছ. বিষয়াৰ নাম হৈছে
য়ামিন ডেকা য়ামিন বৰুৱা য়ামিন শৰ্মা য়ামিন হাজৰিকা
7➤ পঞ্চম অসম আৰক্ষী বাহিনীৰ (5th APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত
চনটিলাত কাহিলিপাৰাত তিতাবৰত ওলুবাৰীত
8➤ দ্বিতীয় অসম আৰক্ষী কৰ্মী বাহিনীৰ (2nd APTF Bn) মুখ্য কাৰ্যালয় ________ অৱস্থিত
তেজপুৰত ধুবুৰীত লামডিংত গুৱাহাটীত
9➤ য়ামিন হাজৰিকাৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল
১৯৫২ চনত ১৯৫৪ চনত ১৯৫৬ চনত ১৯৫৮ চনত
10➤ নিম্নলিখিত কোনজন ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া আছিল
কুলধৰ শইকীয়া কুলেশ্বৰ শইকীয়া ভাস্কৰ জ্যোতি বৰুৱা ভাস্কৰ জ্যোতি মহন্ত
11➤ তৃতীয় অসম আৰক্ষী কৰ্মী বাহিনীৰ (3rd APTF Bn) মুখ্য কাৰ্যালয় ________ অৱস্থিত
খজুৱাবিলত তেজপুৰত যোৰহাটত গহপুৰত
12➤ “গুৱাহাটী আৰক্ষী”ৰ প্ৰথমজন আয়ুক্ত কোন আছিল
নিঞ্জন শৰ্মা ৰঞ্জিত সিংহ জ্যোতিৰ্ময় চক্ৰৱতী হেমন্ত দাস
13➤ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ (2nd APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত
তিতাবৰত চনটিলাত কাহিলিপাৰাত মাকুমত
14➤ চতুৰ্থ অসম আৰক্ষী কৰ্মী বাহিনীৰ (4th APTF Bn) মুখ্য কাৰ্যালয় ________ অৱস্থিত
তেজপুৰত বৰপেটাত যোৰহাটত গহপুৰত
15➤ তৃতীয় অসম আৰক্ষী বাহিনীৰ (3rd APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত
তিতাবৰত চনটিলাত ওলুবাৰীত কাহিলিপাৰাত
Submit