Assam Police AB/AB Constable Mock Test

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ কটকত অনুষ্ঠিত ২০১৯ বর্ষৰ ৰাষ্ট্রীয় টেবুল টেনিছ (National Table Tennis) প্রতিযােগিতাৰ পুৰুষৰ একক শাখাত চূড়ান্ত বিজয়ী খেলুৱৈ গৰাকী কোন?

2➤ স্প্টষ্টাৰ এচেছ এবার্ডছ(Sportstar Aces Awards, 2019 ) প্রদান অনুষ্ঠানত বেকেট স্পর্ট (Racquet Sport) শিতানত ‘বর্ষশ্রেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰে ক্রমে পি ভি সিন্ধু আৰু মণিকা ৰাট্রাই। এই শিতানত বর্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা পুৰুষগৰাকী কোন?

3➤ ২০১৯ চনৰ ৬ জানুৱাৰীত বালেৰীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বীপত ব্রঞ্জৰ পদক অর্জনকাৰী এই গৰাকী অসমীয়া খেলুৱৈয়ে মহিলাৰ ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বীপৰ ৬৯ কিলােগ্রাম শাখাত সােণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ কোন?

4➤ ২০১৯ চনৰ আন্তঃবাষ্ট্রীয় ক্রিকেট কাউন্সিলে প্রদান কৰা বর্ষটোৰ আই চি চি উদ্দীয়মান খেলুৱৈৰ বঁটা ভাৰতৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে?

5➤ কোনগৰাকী খেলুৱৈয়ে ২০১৯ চনৰ ১৪ ফেব্রুবাৰীত মুম্বাইত অনুষ্ঠিত স্প্টষ্টাৰ এচেছ এৱার্ডছ (Sportstar Aces Awards) প্রদান অনুষ্ঠানত জীৱনজোৰা সাফল্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়?

6➤ ২০১৯ চনৰ সাহিত্য অকাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰা বড়াে ভাষাৰ সাহিত্যিকগৰাকী কোন?

7➤ ২০১৯ চনৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে প্রদান কৰা ‘ছাৰ গাৰফিল্ড ছবার্ছ ট্রফী লাভ কৰা ভাৰতৰ খেলুৱৈগৰাকীৰ নাম কি?

8➤ ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত মুম্বাইত অনুষ্ঠিত স্পর্টষ্টাৰ এচেছ এৱার্ডছ(Sportstar Aces Awards) প্রদান অনুষ্ঠানত বিৰাট কোহলি আৰু যশপ্রীত বুমৰাহে বর্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। এই শিতানত বর্ষশ্রেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰা খেলুৱৈ গৰাকী কোন?

READ MORE  Jyoti Chitraban Recruitment 2021 : Junior Assistant Vacancy

9➤ ২০১৯বর্ষৰ ৰাষ্ট্রীয় টেবুল টেনিছ (National Table Tennis) প্রতিযােগিতাৰ মহিলাৰ একক শাখাত চূড়ান্ত বিজয়ী খেলুৱৈ গৰাকী কোন?

10➤ ২০১৯ চনৰ ১২ জানুৱাৰীত কোনগৰাকী খেলুৱৈয়ে এদিনীয়া আন্তর্জাতিক ক্রিকেটত ১০,০০০ ৰাণ স্পর্শ কৰি পঞ্চমগৰাকী ভাৰতীয় ক্রিকেটাৰ হিচাপে ক্রিকেট ইতিহাসত নিজৰ নাম খােদিত কৰে?

11➤ ২০১৯চনৰ ২৭ জানুৱাৰীত জাকার্টাত অনুষ্ঠিত মাষ্টার্ছ বেডমিন্টন টুর্নামেন্ট ত মহিলাৰ একক শাখাত চূড়ান্ত বিজয়ী খেলুৱৈ গৰাকী কোন?

12➤ ট্রেক এণ্ড ফিল্ড (Track and Field) শিতানত স্প্টষ্টাৰ এচেছ এবার্ডছ(Sportstar Aces Awards, 2019) প্রদান অনুষ্ঠানৰ ‘বর্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা পুৰুষ খেলুৱৈ গৰাকী হল নীৰজ চোপ্রা। এই শিতানত বর্ষশ্রেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰা মহিলাগৰাকী কোন ?

13➤ তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিলৈ ২০১৮ বর্ষৰ ভাৰত ৰত্ন সন্মান প্রদান কৰা হােৱা নাই?

14➤ বর্তমান বিশ্বৰ চতুর্থখন মহাকাশ শক্তিধৰ ৰাষ্ট্রত পৰিগণিত হােৱা দেশখনৰ নাম কি?

15➤ ৩৭৯ নং অনুচ্ছেদ বাতিল কৰি জন্মু-কাশ্মীৰক কেন্দ্রীয় শাসিত অঞ্চল‌ হিচাপে ঘােষণা কৰা গৃহমন্ত্রীগৰাকী হল

16➤ ২০১৯ চনৰ ১৬ জানুবাৰীত এন্টাৰ্কটিকাৰ ৪,২৮৫ মিটাৰ উচ্চতাৰ ছীডলি আগ্নেয় শৃংগ আৰোহণ কৰা বিশ্বৰ কনিষ্ঠিতম (৩৫ বছৰ) পর্বতাৰোহী গৰাকী কোন?

17➤ ২০১৯ চনৰ সাহিত্য অকাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন?

18➤ ২০১৯বর্ষৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বীপত (National Basketball Championship) চূড়ান্ত বিজয়ী দলটো কি?

READ MORE  ৭ টা বিভাগত বৃহৎ নিযুক্তি অসম চৰকাৰৰ

19➤ ২০১৯ বর্ষৰ ইজৰাইলৰ ‘সন্মানীয় ডন ডেভিদ পুৰস্কাৰ’ লাভ কৰা ভাৰতৰ ব্যক্তিগৰাকীৰ নাম কি?

20➤ ইন্দোৰত অনুষ্ঠিত ২০১৯বর্ষৰ নবম ৰাষ্ট্রীয় সুকাৰ (National Snooker) প্রতিযােগিতাত চূড়ান্ত বিজয়ী খেলুৱৈ গৰাকী কোন?

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

Leave a Comment