Assam Police AB/UB & Assam TET Mock Test 2022 | Assamese Ganeral Knowlage 2022 | Assam Quiz 2022

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য?

2➤ ‘ভদৰী’ হ’ল

3➤ নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে” এইষাৰ কাৰ উক্তি ?

4➤ .ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনী খন হল

5➤ .মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল

6➤ অসম সঙ্গীত’ টোৰ ৰচক হৈছে

7➤ .ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল?

8➤ জোনাকী’ কাকতখন কিমান চনত প্ৰথমতে ওলাই ন?

9➤ শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?

10➤ ১৯১৮ চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে

11➤ .মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে

12➤ তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত?

13➤ তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়?

14➤ .নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?

15➤ মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি?

16➤ তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?

READ MORE  Assam Police AB UB and SSC GD Important English Question Answer Mock Test

17➤ .১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল

18➤ কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়?

19➤ বেজবৰুৱা ৰচিত আত্মজীৱনীখনৰ নাম কি?

20➤ .নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে

21➤ ‘জুনুকা’ হৈছে লক্ষ্মীনাথ বেজবৰূৱাৰ

22➤ পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্ত্তিস্বম্তস্বৰূপ গ্ৰন্থখন হৈছে

23➤ .চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?

24➤ ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্রন্থখন কি?

25➤ হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হ’ল

26➤ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম চনটো কি?

27➤ তলৰ মন্তব্যবোৰৰ কোনটো সঁচা?

28➤ তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ

29➤ পদ্মনাথ গোহাঞি বৰুন্বাৰ ধেমেলীয়া নাটকখন হ’ল

30➤ ‘মৰমৰ দেউতা’ হ’ল

WhatsApp Group Join Now
Telegram Group Join Now

Your score is

Leave a Comment