Assam Police AB/UB Constable Mock Test 2022 | Assamese General Knowlage 2022

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ কুন্তী পুত্ৰ মহাৰাজ যুধিষ্ঠিৰৰ “অশ্বমেধ যজ্ঞ”ৰ ঘোঁৰা বন্দী কৰি থােৱা কামৰূপৰ ৰজাজনৰ নাম কি আছিল

2➤ “ৰুক্মিণী হৰণ নাট”খনৰ লিখক কোন আছিল

3➤ নিম্নলিখিত কোনটো হৈছে “নৰকাসুৰে” প্রতিষ্ঠা কৰা ৰাজবংশটোৰ নাম

4➤ মহাকাব্য “মহাভাৰত”ৰ লেখকৰ নাম কি আছিল

5➤ বজ্ৰদত্তৰ পিতৃৰ নাম কি আছিল

6➤ বিদৰ্ভৰ ৰাজকুমাৰী “মায়া”ক নিম্নলিখিত কোনে বিবাহ কৰিছিল

7➤ দুৰ্যোধনৰ পুত্ৰী লক্ষ্মণাৰ বিবাহ নিম্নলিখিত কাৰ লগত হৈছিল

8➤ ভৌম ৰজা “নৰকাসুৰ”ৰ পুত্ৰ “ভগদত্ত”ই নিম্নলিখিত কাৰ হৈ যুদ্ধত অংশ লৈছিল

9➤ দুৰ্যোধনৰ পুত্ৰৰ নাম কি আছিল

10➤ নিম্নলিখিত কোন হৈছে “দানৱ বংশ”ৰ প্ৰথমজন ৰজা

11➤ নিম্নলিখিত কোনে “দানৱ ৰাজবংশ”ৰ শেষ ৰজা “ঘটকাসুৰ”ক বধ কৰি “ভৌম ৰাজবংশ”ৰ প্ৰতিষ্ঠা কৰিছিল

12➤ “কুমাৰ হৰণ” নামৰ কাব্যৰ ৰচক কোন আছিল

13➤ “দানৱ ৰাজবংশ”ৰ শেষৰ ৰজাজনৰ নাম কি আছিল

14➤ নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল

15➤ নিম্নলিখিত কোনটো ৰাজবংশ হৈছে “প্ৰাগজ্যোতিষ”ৰ প্ৰথমখন ৰাজবংশ

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
READ MORE  SSC Constable GD Vacancy Most Important Mock Test Part 05
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

Leave a Comment