Assam Police AB/UB Constable Mock Test 2022 | Assamese General Knowlage

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ “শালস্তম্ভ বংশ”ৰ ৰজা হৰ্ষদেৱৰ পুত্ৰৰ নাম কি আছিল

2➤ “পশুপতি মন্দিৰ শিলালিপি” ________ত অৱস্থিত

3➤ পাকচিৰাই নামৰ ঘোঁৰাটো নিম্নলিখিত কোনটো সন্ধিৰ মতে আহোমে কোচসকলক গতাই দিব লগা হৈছিল

4➤ “শালস্তম্ভ বংশ”ৰ ৰজা হৰ্জৰবৰ্মনৰ পিতৃৰ নাম কি আছিল

5➤ কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী “ৰাজ্যমতী”ৰ পিতৃৰ নাম কি আছিল

6➤ “স্থিত বৰ্মা” কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনটো ৰাজবংশৰ ৰজা আছিল

7➤ “শালস্তম্ভ বংশ”ৰ তৃতীয়জন ৰজাৰ নাম কি আছিল

8➤ কুমাৰ ভাস্কৰ বৰ্মাই নিম্নলিখিত কাক পঠিয়াই ৰজা হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল

9➤ “শালস্তম্ভ বংশ”ৰ দ্বিতীয়জন ৰজাৰ নাম কি আছিল

10➤ “শালস্তম্ভ বংশ”ৰ চতুৰ্থজন ৰজাৰ নাম কি আছিল

11➤ “শালস্তম্ভ ৰাজবংশ”ৰ শেষৰ ৰজাৰ নাম কি আছিল

12➤ নেপালৰ নিম্নলিখিত কোনজন ৰজাই কামৰূপৰ ৰাজকুমাৰী ৰাজ্যমতীৰ লগত বিবাহ কৰিছিল

13➤ “তেজপুৰ শিলালিপি” নিম্নলিখিত কোনজন ৰজাৰ ৰাজত্বকালত জাৰি কৰা হৈছিল

14➤ নেপালৰ ৰজাই বিবাহ কৰা কামৰূপৰ ৰাজকুমাৰীৰ নাম কি আছিল

15➤ হংসবেগ এজন ______ আছিল

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
READ MORE  SSC Constable GD 25271 Vacancy, Important Reasoning Questions
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

Leave a Comment