Assam Police AB/UB Constable Mock Test | Assam General Knowlage | Assam Quiz January 14, 2022 by kuljitkalita72 DME Assam 2008 Grade III & IV Apply Now Lakhimpur Peon & Chowkidar (Grade IV) Apply Now Golaghat Peon Vcaancy Apply Now Anganwadi Anganwadi Worker & Helper Apply Now Anganwadi Anganwadi Worker & Helper Download 1➤ অমৃতাপ্ৰভা”ৰ মাতৃৰ নাম কি আছিল কৃষ্ণাৱতীৰত্নাৱতীপদ্মাৱতীৰীণাৱতী 2➤ শালস্তম্ভ নামৰ ৰজাই ______ খ্ৰীষ্টাব্দত “শালস্তম্ভ ৰাজবংশ”ৰ প্ৰতিষ্ঠা কৰিছিল ৬৪০৬৬০৬৫০৬৭০ 3➤ শালস্তম্ভ বংশ” _______ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰিছিল মহেন্দ্ৰ শালস্তম্ভহৰেন্দ্ৰ শালস্তম্ভশালস্তম্ভশৈলস্তম্ভ 4➤ নিধানপুৰ তাম্ৰলিপি”সমূহ নিম্নলিখিত কোনজন ৰজাৰ ৰাজত্বকালত জাৰি কৰা হৈছিল ভাস্কৰ বৰ্মাৰসমুদ্ৰবৰ্মাপুষ্যবৰ্মাৰকল্যাণ বৰ্মাৰ 5➤ কাশ্মীৰৰ নিম্নলিখিত কোনজন ৰজাই “বৰ্মণ ৰাজবংশ”ৰ ৰাজকুমাৰীৰ লগত বিবাহ কৰিছিল কলিবাহনদত্তবাহনচন্দ্ৰবাহনমেঘবাহন 6➤ “মহিম বৰা”দেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল ১৯২৪১৯২২১৯২৬১৯২০ 7➤ কামৰূপ ৰাজ্যৰ “বৰ্মণ ৰাজবংশ”ৰ ৰাজধানীৰ নাম কি আছিল ৰংপুৰবৰ্মানগৰীপ্ৰাগজ্যোতিষপুৰআওলিপুৰ 8➤ ৰত্নপালৰ তামৰ ফলিত নিম্নলিখিত কাক ম্লেছৰাজ বোলা হৈছিল মহেন্দ্ৰ বৰ্মনকশালস্তম্ভককুমাৰ ভাস্কৰ বৰ্মাকহজ্জৰবৰ্মাক 9➤ “পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল ১৯৩৮১৯৩৪১৯৩২১৯৩৬ 10➤ “নিধানপুৰ তাম্ৰলিপি”সমূহত থকা লিখনিবোৰ _______ ভাষাত আছিল বাংলাহিন্দীসংস্কৃতঅসমীয়া 11➤ “উমাচল শৈল শাসন” নামৰ লিপি উদ্ধাৰ হোৱা স্থানৰ নাম হৈছে অৰুণাচল পাহাৰ শাসন পাহাৰসিন্ধ্যাচল পাহাৰনীলাচল পাহাৰ 12➤ নিম্নলিখিত কোনখন উপন্যাসৰ বাবে মহিম বৰাদেৱে “সাহিত্য অকাডেমি বঁটা” লাভ কৰিছিল কাঠনিবাৰী ঘাটএধানি মাহীৰ হাঁহিপুতলা ঘৰমোৰ প্ৰিয় গল্প 13➤ “পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল ১৮৬৪১৮৬৬১৮৬৮১৮৬২ 14➤ “নিধানপুৰ তাম্ৰলিপি”সমূহৰ লেখক নিম্নলিখিত কোন আছিল দেৱবৰ্মাদিৱাকৰবৰ্মাভাসুবৰ্মাৰামবৰ্মা 15➤ নিম্নলিখিত কোনটো হৈছে বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কামৰূপী প্ৰাকৃতনেপালীহিন্দীবৰ্মীজ 16➤ কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী “ৰাজ্যমতী”ৰ পিতৃৰ নাম কি আছিল শ্ৰী ৰুদ্ৰদেৱশ্ৰী ৰামদেৱশ্ৰী হৰ্ষদেৱশ্ৰী গুপ্তদেৱ 17➤ নিম্নলিখিত কোন হৈছে “দানৱ বংশ”ৰ প্ৰথমজন ৰজা ঘটকাসুৰসম্বৰাসুৰনৰকাসুৰমহীৰঙ্গ READ MORE IOCL Notification 2023 | Apply Right Now 1760 Technician Vacancy @sahayakassam.in 18➤ নিম্নলিখিত কোনখন মন্দিৰ “শালস্তম্ভ বংশ”ৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল মনোমায়া মন্দিৰমহাভৈৰৱ মন্দিৰপ্ৰহ্লাদ মন্দিৰজগদম্বা মন্দিৰ 19➤ “অশ্বমেধ যজ্ঞ” কৰা অসমৰ প্ৰথমজন ৰজাৰ নাম কি আছিল মহেন্দ্ৰ বৰ্মাচুকাফানৰনাৰায়ণচুহুন্মুং 20➤ কামৰূপ ৰাজ্যৰ “পাল ৰাজবংশ”ৰ ৰজা “ৰত্নপাল”ৰ পিতৃৰ নাম কি আছিল ইন্দ্ৰপালহৰ্ষপালব্ৰহ্মপালধৰ্মপাল WhatsApp Group Join Now Telegram Group Join Now 21➤ নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল ভগদত্তপদ্মদত্তপুষ্পদত্তব্ৰতদত্ত 22➤ বিদৰ্ভৰ ৰাজকুমাৰী “মায়া”ক নিম্নলিখিত কোনে বিবাহ কৰিছিল মহীৰঙ্গইনৰকাসুৰেঘটকাসুৰেসম্বৰাসুৰে 23➤ অসম বুৰঞ্জীক নিম্নলিখিত কেইটা যুগত ভাগ কৰিব পাৰি দুইটাতিনিটাপাঁচটাচাৰিটা 24➤ নিম্নলিখিত কোনে “দানৱ ৰাজবংশ”ৰ শেষ ৰজা “ঘটকাসুৰ”ক বধ কৰি “ভৌম ৰাজবংশ”ৰ প্ৰতিষ্ঠা কৰিছিল ভগদত্তইবজ্ৰদত্তইনৰকাসুৰেতাৰকাসুৰে 25➤ নেপালৰ ৰজাই বিবাহ কৰা কামৰূপৰ ৰাজকুমাৰীৰ নাম কি আছিল মেনকাবৈষ্ণৱীৰাজ্যমতীৰত্নাৱতী 26➤ কামৰূপ ৰাজ্যৰ “পাল ৰাজবংশ”ৰ ৰজা “ইন্দ্ৰপাল”ৰ পিতৃৰ নাম কি আছিল পুৰন্দৰপালৰুদ্ৰপালঅৰ্জুনপালগোপাল 27➤ কামৰূপ ৰাজ্যৰ “পাল ৰাজবংশ”ৰ ৰজা “ৰত্নপাল”ৰ পত্নীৰ নাম কি আছিল ৰতিদেৱীপুষ্পলতাপদ্মাদেৱীদুৰ্লভা 28➤ “মাজুলীৰ সন্ধি” নিম্নলিখিত কিমান চনত স্বাক্ষৰিত হৈছিল ১৫৬৬১৫৬৩১৫৬৪১৫৬৫ 29➤ “শালস্তম্ভ বংশ”ৰ ৰজা হৰ্ষদেৱৰ পুত্ৰৰ নাম কি আছিল শাল বৰ্মনহৰি বৰ্মনবল বৰ্মনবিজয় বৰ্মন 30➤ পাকচিৰাই নামৰ ঘোঁৰাটো নিম্নলিখিত কোনটো সন্ধিৰ মতে আহোমে কোচসকলক গতাই দিব লগা হৈছিল মাজুলীৰ সন্ধিগঁড়গাওঁৰ সন্ধিগুৱাহাটীৰ সন্ধিআলিপুৰৰ সন্ধি Submit Your score is