Assam Police AB/UB Constable Mock Test | Free Online Mock Test 2022 | Assam Govt Job Quiz

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

1➤ নিম্নলিখিত কোনটো হৈছে অসম আৰক্ষীৰ “কমাণ্ডো” বাহিনী

2➤ নিম্নলিখিত কোন হৈছে মহকুমা এটাৰ মূল আৰক্ষী বিষয়া

3➤ “ভাস্কৰ জ্যোতি মহন্ত”দেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

4➤ প্ৰথম অসম আৰক্ষী বাহিনীৰ (1st APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত

5➤ অসম আৰক্ষীৰ বৰ্তমান বেটেলিয়ন (IRBN) কিমানটা আছে

6➤ নিম্নলিখিত কোনজন হৈছে বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধান

7➤ “প্ৰজেক্ট প্ৰহৰী” নামৰ এক অভিলাষী প্ৰকল্প নিম্নলিখিত কোনে আৰম্ভ কৰিছিল

8➤ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়খন নিম্নলিখিত কোন ঠাইত অৱস্থিত

9➤ অসম আৰক্ষী ৰাজ্যৰ _________ অধীনষ্ঠ

10➤ অসম আৰক্ষীৰ বৰ্তমান বেটেলিয়ন (APBN) কিমানটা আছে

11➤ “ভাস্কৰ জ্যোতি মহন্ত”দেৱে কিমান চনত অসম আৰক্ষীৰ সঞ্চালক-প্ৰধানৰ পদবী লাভ কৰিছিল

12➤ অসম আৰক্ষীৰ মূলমন্ত্ৰ হৈছে _________________

13➤ নিম্নলিখিত কোন হৈছে জিলা এখনৰ মুখ্য পুলিচ বিষয়া

14➤ “যুগদ্ৰষ্টা” নামৰ এখন অসমীয়া ভাষাৰ চুটিছবিৰ পৰিচালক নিম্নলিখিত কোন আছিল

15➤ তৃতীয় অসম আৰক্ষী কৰ্মী বাহিনীৰ (3rd APTF Bn) মুখ্য কাৰ্যালয় ________ অৱস্থিত

WhatsApp Group Join Now
Telegram Group Join Now

16➤ তৃতীয় অসম আৰক্ষী বাহিনীৰ (3rd APBN) মুখ্য কাৰ্যালয় ________ অৱস্থিত

17➤ “গুৱাহাটী তেল শোধনাগাৰ”ৰ শুভ উদ্বোধন কোনে কৰিছিল

18➤ “বঙাইগাঁও তেল শোধনাগাৰ” হৈছে অসমৰ _______ তেল শোধনাগাৰ

19➤ “গুৱাহাটী তেল শোধনাগাৰ” হৈছে অসমৰ _______ তেল শোধনাগাৰ

20➤ এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ হৈছে _____ তেল শোধনাগাৰ

READ MORE  Assam Police AB/UB & SI Mock Test 2022 | Assamese General Knowlage 2022 | Assam Quiz

21➤ নুমলীগড় তেল শোধনাগাৰ অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত

22➤ “ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড” নামৰ উদ্যোগৰ আধাৰশিলা কিমান চনত স্থাপন কৰা হৈছিল

23➤ “অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড” সমিতিবদ্ধ কৰা হৈছিল নিম্নলিখিত কিমান চনত

24➤ নিম্নলিখিত কিমান চনত “ডিগবৈৰ তেল শোধনাগাৰটো” স্থাপন কৰা হৈছিল

25➤ “নুমলীগড় তেল শোধনাগাৰ”ৰ শুভ উদ্বোধন কোনে কৰিছিল

26➤ নিম্নলিখিত কিমান চনত “গুৱাহাটী তেল শোধনাগাৰ” স্থাপন কৰা হৈছিল

27➤ “নুমলীগড় তেল শোধনাগাৰ” নিম্নলিখিত কিমান চনত মুকলি কৰা হৈছিল

28➤ অসম চৰকাৰে “অসম গেছ কোম্পানী লিমিটেড”ক সম্পূৰ্ণ মালিকানাধীন এক সীমিত কোম্পানী হিচাপে শ্বিলঙত কিমান তাৰিখে অন্তৰ্ভুক্ত কৰিছিল

29➤ “ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড” নামৰ উদ্যোগৰ শুভ উদ্বোধন কিমান চনত হৈছিল

30➤ ১৯৭২ চনত নিম্নলিখিত কোনে “বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’কেমিকেলছ লিমিটেড” স্থাপনৰ চৰকাৰৰ সিদ্ধান্তৰ কথা লোকসভাত ঘোষণা কৰিছিল

31➤ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীৰ নাম হৈছে

32➤ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী “গোপীনাথ বৰদলৈ”দেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

33➤ অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী “চৈয়দা আনোৱাৰা টাইমূৰ”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

34➤ অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী “চৈয়দা আনোৱাৰা টাইমূৰ”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

35➤ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “তৰুণ গগৈ” হৈছে অসমৰ ____ মুখ্যমন্ত্ৰী

36➤ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “তৰুণ গগৈ”দেৱৰ পিতৃৰ নাম কি আছিল

37➤ নিম্নলিখিত কিমান চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী “গোপীনাথ বৰদলৈ”দেৱক মৰণোত্তৰভাৱে “ভাৰত ৰত্ন” প্ৰদান কৰা হৈছিল

38➤ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী “গোপীনাথ বৰদলৈ”দেৱৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

39➤ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “তৰুণ গগৈ”দেৱৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

READ MORE  Assam DHS & Assam Police GK | অসমৰ আহিবলগীয়া পৰীক্ষা সমূহৰ বাবে Mock Test

40➤ গোপীনাথ বৰদলৈদেৱৰ দাম্পত্যসঙ্গীৰ নাম কি আছিল

41➤ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “সৰ্বানন্দ সোণোৱাল” হৈছে অসমৰ ____ মুখ্যমন্ত্ৰী

42➤ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “তৰুণ গগৈ”দেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

43➤ নিম্নলিখিত কিমান চনত ভাৰত চৰকাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী “তৰুণ গগৈ”দেৱক মৰণোত্তৰভাৱে “পদ্মভূষণ” বঁটা প্ৰদান কৰিছিল

44➤ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম হৈছে

45➤ অসমৰ মুখ্যমন্ত্ৰী “হিমন্ত বিশ্ব শৰ্মা” হৈছে অসমৰ ____ মুখ্যমন্ত্ৰী

46➤ নিম্নলিখিত কোনবিধ ভিটামিন “পানীত দ্ৰৱণীয় ভিটামিন”

47➤ “গণিতসাৰ” নামৰ গ্ৰন্থখন নিম্নলিখিত কোনজন গণিতজ্ঞই লিখিছিল

48➤ নিম্নলিখিত কোনজন বিজ্ঞানী হৈছে “ৰিখটাৰ স্কেলৰ” আৱিষ্কাৰক

49➤ “মেনাকুইনোন” হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম

50➤ “টোকোফেৰল” হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম

51➤ “ৰেটিনল” হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম

52➤ নিম্নলিখিত কোনবিধ ভিটামিন “ফেটত দ্ৰৱণীয় ভিটামিন” নহয়

53➤ “ৰিখটাৰ স্কেল”ৰ সহায়ত নিম্নলিখিত কিহৰ প্ৰাবল্য জোখা হয়

54➤ “এস্কৰ্বিক এচিড” হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম

55➤ নিম্নলিখিত কোনটো হৈছে “CNG”ৰ সম্পূৰ্ণ ৰূপ

56➤ নিম্নলিখিত কোনজন ৰসায়নবিদে সৰ্ব্বপ্ৰথমে খাদ্যত থকা শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগক “ভিটামিন” বুলি নামকৰণ কৰিছিল

57➤ নিম্নলিখিত কোনটো হৈছে “শুকান বৰফ”ৰ ৰাসায়নিক নাম

58➤ বায়ুমণ্ডলৰ প্ৰায় কিমান শতাংশ “কাৰ্বন ডাই অক্সাইড (CO2)” গেছে আগুৰি আছে

59➤ “চোলেকেলচিফেৰল” হৈছে নিম্নলিখিত কোনবিধ ভিটামিনৰ ৰাসায়নিক নাম

60➤ নিম্নলিখিত কোনটো হৈছে “LPG”ৰ সম্পূৰ্ণ ৰূপ

61➤ নিবেশিত ভাজক কলা উদ্ভিদৰ ____ গুৰি অংশত পোৱা যায়

62➤ নিম্নলিখিত কোনটো ৰঙৰ ডাটা কিতাপ/বুকত বিপদাসম্পন্ন প্ৰজাতিসমূহক তালিকাভুক্ত কৰা হৈছে

READ MORE  SSC Constable GD Vacancy Most Important Mock Test Part 05

63➤ নিম্নলিখিত কোনটো মৌল ক্লোৰোফিল/পত্রহৰিৎত থাকে

64➤ মানুহৰ শৰীৰৰ অগ্ন্যাশয়ত অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হোৱা মুখ্য হৰমন দুটা হৈছে ক্ৰমে _____ আৰু গ্লুকাগন

65➤ ভিটামিন B12 -ত থকা ধাতুৰ আয়নটো কি

66➤ মানুহৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয়

67➤ উদ্ভিদৰ কলা সম্পৰ্কীয় গৱেষণা/অধ্যয়নক ____ বুলি কোৱা হয়

68➤ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ _____ আৰু ____ একেবাৰে অগ্ৰ অংশত পোৱা যায়

69➤ জীৱৰ দেহ/শৰীৰ গঠনৰ ক্ষুদ্ৰতম একক কি বুলি কোৱা হয়

70➤ কেকটাছৰ মেৰুদণ্ডবোৰ নিম্নলিখিত কিহলৈ পৰিৱৰ্তন হয়

71➤ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ______ শক্তিলৈ ৰূপান্তৰিত হয়

72➤ নিম্নলিখিত কোনটো ৰোগ প্ৰতিৰোধ কৰিবলৈ ডি. টি. পি. প্ৰতিষেধক প্ৰদান কৰা নহয়

73➤ যকৃত আৰু মাংসপেশীত নিম্নলিখিত কি আকাৰত শক্তি সঞ্চিত হৈ থাকে

74➤ জীৱবোৰৰ পৰিৱেশৰ সৈতে জড়িত থকা অধ্যয়নক কি বুলি কোৱা হয়

75➤ নিম্নলিখিত কোনটো স্তন্যপ্ৰায়ী প্ৰাণী নহয়

76➤ “নতুন শৰাইঘাট দলং”খন হৈছে _____ লেন যুক্ত দলং

77➤ “নতুন শৰাইঘাট দলং”ৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কাক দিয়া হৈছে

78➤ “নতুন শৰাইঘাট দলং”খনে _____ আৰু আমিনগাঁও নামৰ ঠাই দুখনক সংযোগ কৰে

79➤ “নতুন শৰাইঘাট দলং”খন নিম্নলিখিত কোনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল

80➤ “শৰাইঘাট দলং”খনৰ নিৰ্মাণকৰ্তা হৈছে ____________

81➤ প্ৰথম অৱস্থাত শৰাইঘাট দলংখনৰ নাম কি আছিল

82➤ “নতুন শৰাইঘাট দলং”ৰ দৈৰ্ঘ্য হৈছে ___________

83➤ “শৰাইঘাট দলং”খনৰ নিৰ্মাণ কাৰ্য কিমান চনত আৰম্ভ কৰা হৈছিল

84➤ “শৰাইঘাট দলং”খন নিম্নলিখিত কিমান চনত আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল

85➤ “শৰাইঘাট দলং” হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ______ দলং

Your score is

Leave a Comment