Assam Police AB/UB Constable Mock Test in Assamese: Sahayak Assam

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ তলৰ কোনখন ঠাইত ৰেলৰ দবা নির্মাণ কৰা কাৰখানা আছে?

2➤ কিমান চনত কুটুব মিনাৰ নির্মাণ কৰা হয়?

3➤ তলৰ কোনটো ঠাইত সীহৰআকৰ আছে?

4➤ ভাৰতৰ দীর্ঘতম ৰেল দলং ‘ভেমৰানাদ’ দলং ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

5➤ ভাৰতৰ ক্ষুদ্রতম ৰাজ্য কোনখন?

6➤ তলৰ কোনটো বন্দৰ নহয়?

7➤ ভাৰতৰ উচ্চতম শৃংগ গডউইন অষ্টিনৰ উচ্চতা-

8➤ বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটিকালি কিমান?

9➤ বৃহত্তম মৰভূমি থৰ’ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

10➤ ভাৰতৰ দীর্ঘতম ৰাষ্ট্রীয় ঘাইপথ 44 নং ঘাইপথৰ দৈর্ঘ্য কিমান?

11➤ ইলােৰা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

12➤ ইংলিচ চেনেলৰ দৈর্ঘ্য কিমান?

13➤ তলৰ কোনখন ঠাইত উৰাজাহাজ নির্মাণ কৰা কাৰখানা আছে?

14➤ ভাৰতৰ দীর্ঘতম দলং কোন নদীৰ ওপৰত অৱস্থিত?

15➤ ভাৰত বৃহত্তম গুৰুদ্বাৰ স্বর্ণ মন্দিৰ কিমান শতিকাত নির্মিত?

16➤ অটল সুৰংগৰ দৈর্ঘ্য কিমান?

17➤ চর্দাৰ বল্লভ ভাই পেটেলৰ নামত থকা উচ্চতম মূর্তিটোৰ নির্মাণ কার্য কেতিয়া হয়?

READ MORE  জীৱ বিজ্ঞান ৰ ১০০+ প্ৰশ্ন আৰু উত্তৰ

18➤ লাে-তীখাৰ কাৰখানা তলৰ কোনখন ঠাইত নাই?

19➤ ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন?

20➤ বৃহত্তম মানৱ নির্মিত হ্রদ গােৱিন্দ বল্লভ পন্ত সাগৰ ক’ত অৱস্থিত?

21➤ ভাৰতৰ সর্বোচ্চ সামৰিক সন্মান কোনটো?

22➤ কলকাতাৰ বৃহত্তম বিৰলা প্লেনেটৰিয়াম (তাৰকাগৃহ) কিমান চনত নির্মিত?

23➤ তলৰ কোনখন ঠাইত ৰাসায়নিক সাৰৰ কাৰখানা আছে?

24➤ ভাৰতৰ উচ্চতম মূর্তি চর্দাৰ বল্লভ ভাই পেটেলৰ উচ্চতা কিমান?

25➤ তলৰ কোনখনঠাইত জাহাজ নির্মাণকাৰখান আছে?

26➤ ভাৰতৰ দীর্ঘতম পথ ‘গ্রেন্ট ট্রাংক ৰোড’ৰ দৈর্ঘ্য কিমান?

27➤ তলৰ কোনখন ঠাইত ৰেলৰ ইঞ্জিন নির্মাণ কৰা কাৰখানা আছে?

28➤ বৃহত্তম লুণীয়া পানীৰ হ্রদ চিল্কা হ্রদৰ মাটিকালি–

29➤ বৃহত্তম কেন্দ্রীয়শাসিত অঞ্চল লাডাখৰ মাটিকালি কিমান?

30➤ বৃহত্তম ৰাজ্য ৰাজস্থানৰ মাটিকালি কিমান?

Your score is

WhatsApp Group Join Now
Telegram Group Join Now

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

READ MORE  Assam Police AB/UB Constable Mock Test 2022 : Assam General Knowlage 2022 : Mock Test For Assam Police
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

Leave a Comment