Assam Police AB/UB Constable Moct Test

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ ২০১৯ বর্ষৰ বীৰ চক্র সন্মান লাভ কৰা ব্যক্তিগৰাকী কোন?

2➤ ২০১৯ বর্ষৰ আন্তর্জাতিক যুব দিৱসৰ মূল বিষয় কি?

3➤ ভাৰতৰ কোনখন বাজ্যৰ চৰকাৰে ষ্টুডেন্ট পুলিচ কেডেট’ (Student Police Cadet SPC) আঁচনিৰ সূচনা কৰিছে?

4➤ ভাৰতবর্ষৰ কোনখন ৰাজ্য চৰকাৰে উচ্চশিক্ষাৰ ক্ষেত্রত RACE নামকৰণেৰে নতুন আর্হি শুভাৰম্ভ কৰিছে?

5➤ ভাৰতৰ কোন ঠাইত বা নদীত সর্বপ্রথম পানীৰ তলেৰে চলা ৰেল প্রকল্পৰ কাম আৰম্ভ কৰা হয়?

6➤ ৩৭০ নং অনুচ্ছেদ বিলুপ্তিৰ পাছত সম্প্রতি ভাৰতৰ কেন্দ্রীয়শাসিত অঞ্চল কিমানটা ?

7➤ ফর্বছ ইণ্ডিয়াৰ (২০১৯ চন) তালিকাত ৩০ বছৰ অনুর্ধৰ ৩০গৰাকী কৃতিমান ব্যক্তিৰ মাজত স্থান লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?

8➤ দীনদয়াল উপাধ্যায় গ্রাম জ্যোতি যােজনাৰ অধীনত ভাৰতবর্ষৰ কিমান সংখ্যক ঘৰ/পৰিয়াল বৈদ্যুতিকৰণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে?

9➤ ২০১৯ বর্ষৰ ক্রীড়া ক্ষেত্রৰ উল্লেখযােগ্য দ্রোণাচার্য বটা (সাধাৰণ শিতানত) লাভ কৰা প্রশিক্ষকসকলৰ তলৰ কোনগৰাকী নহয়?

10➤ Hydrography বিষয়ক লৈ ভাৰতে কোনখন দেশৰ সৈতে সম্প্রতি বুজাবুজি চুক্তি (MoU) কৰিছে?

11➤ প্রথম ডাবিং কৰা অসমীয়া ছবিখনৰ নাম কি?

12➤ অসমীয়া বােলছবিৰ প্রথম মহিলা সংগীত পৰিচালিকাগৰাকী কোন?

13➤ জয়মতী’ ছবিত গদাপাণি চৰিত্রত কোনে অভিনয় কৰিছিল?

14➤ ড০ ভূপেন হাজৰিকাই পবিচালনা কৰা প্রথমখন অসমীয়া কথাছবিৰ নাম কি?

15➤ জাহ্নু বৰুৱাই তেওঁৰ কোনখন ছবি পৰিচালনাৰে পৰিবেশ শিতানত শ্রেষ্ঠ পুৰস্কাৰ লাভ কৰে?

16➤ ১৯৭৫ চনত শ্রেষ্ঠ আঞ্চলিক ছবি আৰু শ্রেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ পােৱা ছবিখনৰ নাম কি?

17➤ অভিনেতা বিজু ফুকনৰ অভিনীত প্রথমখন ছবি কি?

READ MORE  DC Morigaon Recruitment 2023 | Apply For Field Officer Vacancy

18➤ মৃদুলা বৰুৱাৰ প্রথম অভিনীত ছবিখনৰ নাম কি?

19➤ ৰাষ্ট্রীয় সম্মান লাভ কৰা প্রথম অসমীয়া চলচ্চিত্রখনৰ নাম কি?

20➤ দুর্গেশ্বৰ বৰঠাকুৰে কৰা প্রথম ছবিখনৰ নাম কি?

21➤ তপন দাসৰ দ্বাৰা অভিনীত প্রথম ছবিখনৰ নাম কি?

22➤ ড০ ভবেন্দ্র নাথ শইকীয়া পৰিচালিত একমাত্র হিন্দী চলচ্চিত্রখনৰ নাম কি?

23➤ ড০ ভবেন্দ্র নাথ শইকীয়াৰ মুঠ আঠখন চলচ্চিত্রৰ ভিতৰত সাতখনেই‌ ভাৰতীয় পেনােৰামাত শ্রেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ ৰাষ্ট্রীয় বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় বঁটা লাভ নকৰা চলচ্চিত্রখনৰ নাম কি?

24➤ ড০ ভবেন্দ্র নাথ শইকীয়াৰ অন্তৰীপ” উপন্যাসৰ আধাৰত নির্মিত তেওঁৰ চলচ্চিত্রখনৰ নাম কি?

25➤ ১৯৯২ চনত ৰাষ্ট্রীয় পুৰস্কাৰ প্রাপ্ত গৌতম বৰা পৰিচালিত তথ্যচিত্রখনৰ নাম কি?

26➤ ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্রথম বঙালী কথাছবিখনৰ নাম কি?

27➤ বর্তমান চীন প্রজাতন্ত্রৰ ৰাষ্ট্রপতি–

28➤ বর্তমান চীন প্রজাতন্ত্রৰ প্রধানমন্ত্রী

29➤ অসমত প্রথমখন অ-কংগ্রেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল?

30➤ অসমৰ প্রথমখন অকংগ্রেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now

31➤ দিখৌ নৈ কোনখন জিলাত আছে ?

32➤ বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে ?

33➤ অসমৰ কোন ঠাইত চিমেন্ট কাৰখানা আছে ?

34➤ অসমৰ ক’ত প্ৰথম মৰাপাটৰ কল স্থাপন কৰা হৈছিল ?

35➤ এলুমিনিয়ামৰ বাচন-বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক’ত আছে ?

36➤ চাহ, কুঁহিয়াৰ, মৰাপাট আদি_____ কৃষিৰ ভিতৰত পৰে।

37➤ বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি ?

READ MORE  DME Assam Admit Card 2023 | 1415 Grade-III & IV Exam

38➤ অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়______ পদ্ধতিৰে।

39➤ অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হৈছে—

40➤ সাগৰ পৃষ্ঠৰ পৰা অসমৰ গঢ় উচ্চতা কিমান?

41➤ ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ প্ৰায়____ কি:মি: দৈৰ্ঘ্য।

42➤ ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে–

43➤ ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ মাজত অসমৰ স্থান কিমান ?

44➤ অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসংৰক্ষিত বনাঞ্চল ?

45➤ অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চল ?

46➤ অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে ?

47➤ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে—

48➤ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হ’ল—

49➤ মানাস ৰাষ্ট্ৰীয় উদ‍্যানৰ ভৌগোলিক পৰিসীমা কিমান?

50➤ অসমৰ পুৰুষ শিক্ষিতৰ হাৰ হৈছে—

51➤ অসমৰ মহিলা শিক্ষিতৰ হাৰ হৈছে—

52➤ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ/চহৰত বাস কৰে?

53➤ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰে?

54➤ কোন দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰা হয়

55➤ আহোমৰ শাসনকালত কোনে কাচাৰিসকল নিম্ন ধনশিৰি নদী উপত্যকাৰ চোৱাচিতা কৰিছিল

56➤ কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা যায়।

57➤ কাক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্ত কৰা হৈছিল

READ MORE  Tihu College Recruitment 2023 | Apply For 6 Assistant Professor Vacancy

58➤ অসুৰ আলীৰ কি চুক্তি অনুসৰি মোগল আৰু আহোম মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল

59➤ কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল

60➤ তলৰ কোনজন “অসম সাহিত্যৰ ত্ৰিমূৰ্তি”ৰ সদস্য নহয়

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

Leave a Comment