Assam Police AB/UB Mock Test 2022 | শিক্ষণ বিজ্ঞান ৰ মোকষ্টোজ

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ কোনো বস্তু বা কথাত আমাৰ মনোযোগ ওপজা মানেই হ’ল আগ্ৰহ” – মতবাদটো আগবঢ়াইছিল

2➤ এজন শিক্ষকৰ ছাত্ৰৰ প্ৰতি আগ্ৰহ, এজন চিকিৎসকৰ ৰোগীৰ প্রতি থকা আগ্ৰহ হ ল

3➤ অভাসজনিত কাৰ্যই বাক্তিক সহায় নকৰে

4➤ এটা শিশুৱে আনৰ সহায় নোলোৱাকৈ খোজ কাঢ়িব পাৰে

5➤ ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কৰা মনোবিজ্ঞানীসকলৰ ভিতৰত আটাইতকৈ পুৰণি মনোবিজ্ঞানী হ’ল

6➤ একে বয়সৰ এজন ল’ৰা আৰু এজনী ছোৱালীক যদি নিৰীক্ষণ কৰা হয় দেখা যাব, ছোৱালীজনী আগবঢ়া

7➤ মুকলি বিশ্ববিদ্যালয় বুলি কোৱা হয়-

8➤ শিশুৰ ভাষা বিকাশত প্ৰধান অন্তৰায় হব পাৰে

9➤ এজন গায়কৰ সংগীতৰ প্রতি থকা আগ্রৰহক ক’ব পাৰি

10➤ অভ্যাস গঠন কৰিবলৈ উপযুক্ত সময় হ’ল

11➤ .অভ্যাস হ’ল

12➤ মনোবিজ্ঞানী উইলিয়াম জেমচৰ মতে কোমলমনা, আদৰ্শনিষ্ঠ, ধৰ্মপৰায়ণ, নিজমতাৱলম্বী, চিত্তাশীল আৰু অনুভূতি প্রৱণ ব্যক্তিত্বৰ লোক সকল হ’ল

13➤ অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল

14➤ শিশুৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা নিৰ্ভৰশীল

15➤ শিশুৰ বুদ্ধি বৃত্তি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো আঙুলিয়াই দিয়ে

READ MORE  Coal India Limited MT Recruitment 2021 : 588 Management Trainee Vacancy

16➤ ব্যক্তি বিভিন্নতাৰ কাৰক হিচাপে চিহ্নিত কৰিব পৰি

17➤ কিছুমান মনোবিদে মানুহৰ শৰীৰৰ গঠন অনুযায়ী ব্যক্তিত্বক ভাগ কৰি দেখুৱাইছে। এনেবিলাক ভাগক কোৱা হয়

18➤ বাল্য কালৰ যৌৱনাৱস্থাক প্ৰসুপ্তকাল (Latent Period) বুলি অভিহিত কৰিছিল

19➤ যৌৱন কালৰ চাহিদা নহয়

20➤ Educare শব্দটোৰ অর্থ হ’ল-

21➤ শিশুৰ বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়

22➤ কাৰ্ল য়ুঙে মানুহৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বক দুটা ভাগত ভাগ কৰিছিল

23➤ খন বিদ্যালয়ৰ মানব সম্পদ হৈছে –

24➤ কিশোৰ অৱস্থাত অপৰাধৰ প্রতি থকা প্ৰৱণতাক কোৱা হয়

25➤ মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰসমূহ নিৰ্দ্ধাৰণ কৰিছিল

26➤ এটা দেৰ বছৰীয়া শিশুৱে শব্দ উচ্চাৰণ কৰিব পাৰে

27➤ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-

28➤ বর্তমান শিক্ষা ব্যবস্থা অত্যন্ত ব্যয়বহুল-

READ MORE  Cachar Judiciary Recruitment 2023 Notification For 03 Peon Vacancy

29➤ ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনত তলৰ কোনখন বিদ্যালয়ত স্থাপন হৈছিল ?

30➤ ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

WhatsApp Group Join Now
Telegram Group Join Now

Your score is

Leave a Comment