Assam Police AB/UB Mock Test 2022 | Assamese General Knowlage 2022 | Quiz Assam

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ পুষ্যবৰ্মা নামৰ ৰজাই ______ খ্ৰীষ্টাব্দত “বৰ্মণ ৰাজবংশ”ৰ প্ৰতিষ্ঠা কৰিছিল

2➤ নিম্নলিখিত কোনটো হৈছে বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা

3➤ “সূৰ্যমূৰ্তি লিপি” নিম্নলিখিত কোনজন ৰজাৰ ৰাজত্বকালত জাৰি কৰা হৈছিল

4➤ কামৰূপ ৰাজ্যৰ “শালস্তম্ভ ৰাজবংশ”ৰ ৰাজধানী নিম্নলিখিত কোন ঠাইত আছিল

5➤ “কানাই বৰশী বোৱা শিলালিপি”খন নিম্নলিখিত কোন ঠাইত অৱস্থিত

6➤ নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পৰা পূৱ দিশত অৱস্থিত

7➤ আমাৰ অসম ৰাজ্যৰ মুঠ মাটিকালি হৈছে

8➤ নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পৰা উত্তৰ দিশত অৱস্থিত

9➤ “ছাৰ চৈয়দ মহম্মদ ছাদুল্লা”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

10➤ ব্ৰিটিছ চৰকাৰে “ছাৰ চৈয়দ মহম্মদ ছাদুল্লা”ক নিম্নলিখিত কিমান চনত নাইট উপাধিৰে বিভূষিত কৰিছিল

11➤ নিম্নলিখিত কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত কছাৰী ৰাজ্যৰ প্ৰধান অংশ দখল কৰা হৈছিল

12➤ কল্পনা লাজমীয়ে নিম্নলিখিত কাৰ সহযোগত “ভূপেন হাজৰিকা: এজ আই নিউ হিম”(Bhupen Hazarika: As I Knew Him) নামৰ আত্মজীৱনী লিখি প্ৰকাশ কৰিছিল

13➤ “ছাৰ চৈয়দ মহম্মদ ছাদুল্লা”ৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

14➤ “ড॰ ভূপেন হাজৰিকা”ৰ পত্নীৰ নাম কি আছিল

15➤ “এক পল” নামৰ চলচ্চিত্ৰৰ পৰিচালিকা হৈছে

16➤ নিম্নলিখিত কিমান চনত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত “ভূপেন হাজৰিকা: এজ আই নিউ হিম”(Bhupen Hazarika: As I Knew Him) নামৰ আত্মজীৱনী লিখি প্ৰকাশ কৰিছিল

17➤ নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পৰা দক্ষিণ দিশত অৱস্থিত

18➤ “ৰু’দালি” নামৰ চলচ্চিত্ৰৰ পৰিচালিকা হৈছে

19➤ “কল্পনা লাজমী”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

20➤ 5 নিম্নলিখিত কিমান চনত প্ৰথম ছাদুল্লা মন্ত্ৰালয়ৰ পতন হৈছিল

21➤ নেপালৰ ৰজাই বিবাহ কৰা কামৰূপৰ ৰাজকুমাৰীৰ নাম কি আছিল

22➤ কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী “ৰাজ্যমতী”ৰ পিতৃৰ নাম কি আছিল

23➤ “শালস্তম্ভ বংশ”ৰ ৰজা হৰ্জৰবৰ্মনৰ পিতৃৰ নাম কি আছিল

24➤ হংসবেগ এজন ______ আছিল

25➤ “শালস্তম্ভ বংশ”ৰ চতুৰ্থজন ৰজাৰ নাম কি আছিল

26➤ “স্থিত বৰ্মা” কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনটো ৰাজবংশৰ ৰজা আছিল

27➤ “শালস্তম্ভ ৰাজবংশ”ৰ শেষৰ ৰজাৰ নাম কি আছিল

28➤ “তেজপুৰ শিলালিপি” নিম্নলিখিত কোনজন ৰজাৰ ৰাজত্বকালত জাৰি কৰা হৈছিল

READ MORE  Assam Police AB UB and SSC GD Important English Question Answer Mock Test

29➤ “পশুপতি মন্দিৰ শিলালিপি” ________ত অৱস্থিত

30➤ “শালস্তম্ভ বংশ”ৰ দ্বিতীয়জন ৰজাৰ নাম কি আছিল

WhatsApp Group Join Now
Telegram Group Join Now

31➤ কুমাৰ ভাস্কৰ বৰ্মাই নিম্নলিখিত কাক পঠিয়াই ৰজা হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল

32➤ নেপালৰ ৰজাই বিবাহ কৰা কামৰূপৰ ৰাজকুমাৰীৰ নাম কি আছিল

33➤ “শালস্তম্ভ বংশ”ৰ চতুৰ্থজন ৰজাৰ নাম কি আছিল

34➤ জয়মতী নামৰ প্ৰথমখন অসমীয়া কথাছবি নিম্নলিখিত কিমান চনত প্ৰকাশ পাইছিল

35➤ অতুল চন্দ্ৰ হাজৰিকাদেৱৰ মৃত্যু নিম্নলিখিত কিমান চনত হৈছিল

36➤ কিমান চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল

37➤ প্ৰথম অসমীয়া কথাছবি/চলচ্চিত্ৰৰ নাম হৈছে

38➤ জয়মতী নামৰ চলচ্চিত্ৰখন নিম্নলিখিত কোনে পৰিচালনা কৰিছিল

39➤ জয়মতী নামৰ চলচ্চিত্ৰখনত নিম্নলিখিত কোনে অভিনয় কৰিছিল

40➤ ইন্দ্ৰমালতী নামৰ অসমীয়া কথাছবি নিম্নলিখিত কিমান চনত প্ৰকাশ পাইছিল

41➤ কিমান চনত এছিয়ান গেমছত অসমৰ ভোগেশ্বৰ বৰুৱাই সোণৰ পদক জয় কৰিছিল

42➤ দ্বিতীয় অসমীয়া কথাছবি/চলচ্চিত্ৰৰ নাম হৈছে

43➤ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম খন অসমীয়া গ্ৰন্থৰ নাম কি

44➤ কিমান চনত “গুৱাহাটী চাহ নিলাম কেন্দ্ৰ” স্থাপন কৰা হৈছিল

45➤ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অসমৰ নিম্নলিখিত কোন ঠাইত অৱস্থিত

46➤ অভিৰুচি ক্ৰীড়া দিৱস নিম্নলিখিত কোন তাৰিখে উদযাপন কৰা হয়

47➤ অসমৰ নিম্নলিখিত কোনখন ঠাইক “পূবৰ মানচেষ্টাৰ” বুলি কোৱা হয়

48➤ ইন্দ্ৰমালতী নামৰ চলচ্চিত্ৰখন নিম্নলিখিত কোনে পৰিচালনা কৰিছিল

49➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখনৰ আধাৰশিলা স্থাপনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল

50➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখন কোনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল

51➤ “বগীবিল দলং” হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ______ দলং

52➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখন কিমান চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল

53➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙৰ দৈৰ্ঘ্য হৈছে কিমান কিলোমিটাৰ

54➤ “নৰনাৰায়ণ সেতু” হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ______ দলং

55➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখনে _________ আৰু পঞ্চৰত্নক নামৰ ঠাই দুখনক সংযোগ কৰে

56➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখনৰ আধাৰশিলা কিমান চনত স্থাপন কৰা হৈছিল

READ MORE  Discover and discover : আৱিষ্কাৰ আৰু আৱিষ্কাৰক

57➤ “বগীবিল দলং”খনৰ দৈৰ্ঘ্য হৈছে কিমান কিলোমিটাৰ

58➤ “বগীবিল দলং”খনৰ আধাৰশিলা নিম্নলিখিত কোনে স্থাপন কৰিছিল

59➤ “বগীবিল দলং”খন কোনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল

60➤ “নৰনাৰায়ণ সেতু” নামৰ দলঙখনৰ আধাৰশিলা নিম্নলিখিত কোনে স্থাপন কৰিছিল

61➤ ল দলং”খনৰ আধাৰশিলা কিমান চনত স্থাপন কৰা হৈছিল

62➤ “বগীবিল দলং”খন কিমান চনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল

63➤ “বগীবিল দলং”খনে নিম্নলিখিত কোন দুখন জিলাৰ মাজত সংযোগ স্থাপন কৰিছে

64➤ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা “শিশু আলোচনী” এখনৰ নাম হৈছে

65➤ অসমৰ চক্ৰশিলা অভয়াৰণ্য নিম্নলিখিত কিহৰ বাবে বিখ্যাত

66➤ জোনাকী নামৰ অসমীয়া আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে কিমান চনত প্ৰকাশ কৰা হৈছিল

67➤ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

68➤ মা কামাখ্যা দেৱীৰ মন্দিৰ নিম্নলিখিত কোনখন পাহাৰত অৱস্থিত

69➤ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ নাম হৈছে

70➤ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদকৰ নাম কি আছিল

71➤ অকণ নামৰ এক অসমীয়া ছবি নিম্নলিখিত কোনে পৰিচালনা কৰিছিল

72➤ মামণি ৰয়ছম গোস্বামী বাইদেউয়ে নিম্নলিখিত কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল

73➤ হোলোঙাপাৰ গিবন অভয়াৰণ্যই নিম্নলিখিত কিমান চনত চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিছিল

74➤ জোনাকী নামৰ আলোচনীখনৰ প্ৰথমজন সম্পাদকৰ নাম হৈছে

75➤ ১৯২৬ চনত কোন জিলাত অসম সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হৈছিল

76➤ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

77➤ জোনাকী নামৰ আলোচনীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটিৰ নাম হৈছে

78➤ হেমচন্দ্ৰ গোস্বামীদেৱৰ প্ৰথম অসমীয়া চনেটৰ নাম হৈছে

79➤ “শৰাইঘাট দলং” হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ______ দলং

80➤ “শৰাইঘাট দলং”খনৰ নিৰ্মাণ কাৰ্য কিমান চনত আৰম্ভ কৰা হৈছিল

81➤ “শৰাইঘাট দলং”খন নিম্নলিখিত কিমান চনত আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল

82➤ “নতুন শৰাইঘাট দলং”খনে _____ আৰু আমিনগাঁও নামৰ ঠাই দুখনক সংযোগ কৰে

83➤ “শৰাইঘাট দলং”খনৰ নিৰ্মাণকৰ্তা হৈছে ___________

READ MORE  অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ :Assam Police AB/UB Questions Paper Mock Test

84➤ “নতুন শৰাইঘাট দলং”ৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কাক দিয়া হৈছে

85➤ “শৰাইঘাট দলং”খন কোনে আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল

86➤ “নতুন শৰাইঘাট দলং”খন হৈছে _____ লেন যুক্ত দলং

87➤ “নতুন শৰাইঘাট দলং”খন নিম্নলিখিত কোনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল

88➤ “নতুন শৰাইঘাট দলং”খন নিম্নলিখিত কিমান চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল

89➤ প্ৰথম অৱস্থাত শৰাইঘাট দলংখনৰ নাম কি আছিল

90➤ “নতুন শৰাইঘাট দলং”ৰ দৈৰ্ঘ্য হৈছে __________

91➤ “নতুন শৰাইঘাট দলং”ৰ নিমাৰ্ণ কাৰ্য নিম্নলিখিত কিমান চনত আৰম্ভ হৈছিল

92➤ “শৰাইঘাট দলং”ৰ দৈৰ্ঘ্য হৈছে ___________

93➤ বৰ্তমান সময়ত “শৰাইঘাট দলং”ৰ চোৱা-চিতাৰ দায়িত্ব __________ ওপৰত

94➤ “অসম সাহিত্য সভা পত্ৰিকা” নামৰ আলোচনীখন হৈছে ______ আলোচনী

95➤ “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ প্ৰথম সম্পাদক কোন আছিল

96➤ অসমীয়া সাহিত্যিক “পদ্মনাথ গোহাঞি বৰুৱা”ৰ জন্ম কিমান চনত হৈছিল

97➤ “অসম সাহিত্য সভা”ৰ প্ৰথমখন অধিৱেশন নিম্নলিখিত কিমান চনত হৈছিল

98➤ “অসম সাহিত্য সভা”ৰ প্ৰধান কাৰ্য্যালয় ______ত অৱস্থিত

99➤ অসমীয়া সাহিত্যিক “পদ্মনাথ গোহাঞি বৰুৱা”ৰ মৃত্যু কিমান চনত হৈছিল

100➤ অসমীয়া সাহিত্যিক “শৰৎচন্দ্ৰ গোস্বামী”ৰ জন্ম কিমান চনত হৈছিল

101➤ “অসম সাহিত্য সভা পত্ৰিকা” নামৰ আলোচনীখনৰ প্ৰথমজন সম্পাদকৰ নাম কি আছিল

102➤ অসমীয়া সাহিত্যিক “শৰৎচন্দ্ৰ গোস্বামী”ৰ মৃত্যু কিমান চনত হৈছিল

103➤ “অসম সাহিত্য সভা”ৰ প্ৰথমখন অধিবেশনত নিম্নলিখিত কোনে সভাপতিত্ব কৰিছিল

104➤ “অসম সাহিত্য সভা পত্ৰিকা” নামৰ আলোচনীখনৰ প্ৰথম প্ৰকাশন কিমান চনত হৈছিল

105➤ অসমীয়া সাহিত্যিক “শৰৎচন্দ্ৰ গোস্বামী”ৰ জন্ম নিম্নলিখিত কোন ঠাইত হৈছিল

106➤ “অসমীয়া ভাষা উন্নতি সাধিনী সভা” নিম্নলিখিত কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল

107➤ “অসম সাহিত্য সভা”ৰ প্ৰথমখন অধিৱেশন ________ জিলাত হৈছিল

108➤ “অসম সাহিত্য সভা”ৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল

Your score is

Leave a Comment