Assam Police AB/UB Mock Test Quiz 2022 | Assamese Quiz 2022 | Sahayak Assam

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ কোচ ৰাজ্যৰ ৰজা “নৰনাৰায়ণৰ” প্ৰকৃত নাম _______ আছিল

2➤ নিম্নলিখিত কোনজন কোচ ৰজাই “কামাখ্যা মন্দিৰ”ৰ পুনৰ নিৰ্মাণ কৰা কৰাইছিল

3➤ “শিষ্য সিংহ‌”ৰ পিতৃৰ নাম কি আছিল

4➤ কোচ ৰজা “বিশ্ব সিংহ”ৰ গৌড়ৰ পত্নী পদ্মাৱতীৰ পুত্ৰৰ নাম কি আছিল

5➤ কোচ ৰজা “বিশ্ব সিংহ”ৰ নেপালৰ পত্নী ৰত্নকান্তিৰ পুত্ৰৰ নাম কি আছি

6➤ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজনৰ নাম কি আছিল

7➤ হাড়িয়া মণ্ডলে কোচ হাজোৰ দুজনী জীয়েক হীৰা আৰু ______ বিয়া পাতিছিল

8➤ “বীৰ চিলাৰায়” কোচ ৰাজ্যৰ ৰজা “নৰনাৰায়ণৰ” ______ আছিল

9➤ মহাপুৰুষ “শ্ৰীমন্ত শংকৰদেৱ”ৰ “নৱবৈষ্ণৱ ধৰ্ম”লৈ প্ৰথম ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰা ৰজাজনৰ নাম কি আছিল

10➤ কোচ ৰজা “বিশ্ব সিংহ”ৰ গৌড়ৰ পত্নী হেমপ্ৰভাৰ পুত্ৰৰ নাম কি আছিল

11➤ “ৰঘু নাৰায়ণ” নিম্নলিখিত কোনটো ৰাজবংশৰ শাসক আছিল

12➤ কোচ ৰাজ্যৰ নিম্নলিখিত কোনজন ৰজাই “নাৰায়ণী” নামৰ ৰূপৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰাইছিল

13➤ কোচ ৰজা “বিশ্ব সিংহ”ই পুত্ৰ নৰনাৰায়ণ আৰু শুক্লধ্বজক শিক্ষাৰ বাবে ________ পঠিয়াইছিল

14➤ কোচ ৰজা “বিশ্ব সিংহ”ৰ কামৰূপৰ পত্নী চন্দ্ৰকান্তিৰ পুত্ৰৰ নাম কি আছিল

15➤ “পৰীক্ষিত নাৰায়ণ” নিম্নলিখিত কোনটো ৰাজবংশৰ শাসক আছিল

Your score is

READ MORE  Assam Police & SSC Constable GD MCQ Test Part 10

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

READ MORE  Nalbari College Notification 2022-23 | 05 Assistant Professor Vacancy

Leave a Comment