Assam Police AB/UB Questions Paper Mock Test Part 14 December 3, 2021 by kuljitkalita72 DME Assam 2008 Grade III & IV Apply Now Lakhimpur Peon & Chowkidar (Grade IV) Apply Now Golaghat Peon Vcaancy Apply Now Anganwadi Anganwadi Worker & Helper Apply Now Anganwadi Anganwadi Worker & Helper Download 1➤ অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? (A) 1885(B) 1905(C) 1917(D) 1921 2➤ ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? (A) Chandradhar Baruah(B) Liladhar Baruah(C) Nabin Chandra Bordoloi(D) Bishnuram Medhi 3➤ কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ কৰা হৈছে (A) Kshatriya (B) Purandar(C) Malladeva(D) Kamateswar 4➤ অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল? (A) David Burner (B) David Scott(C) Captain Wales (D) Thomas Roe 5➤ প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমান টা অংশত বিভাজন কৰিছিল? (A) 2(B) 3(C) 4(D) 5 6➤ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল (A) Jorhat (B) Tezpur (C) Sodiya (D) Guwahati 7➤ কিমান চনত ভাস্কৰ বৰ্মণ প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ? ক) ৫৬৪খ্ৰীষ্টাব্দতখ) ৫৮৮ খ্ৰীষ্টাব্দতগ) ৫৪৯ খ্ৰীষ্টাব্দত ঘ) ৫৯৪ খ্ৰীষ্টাব্দত। 8➤ যোগিনীতন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ? ক) ৩ খ) ২গ) ৪ঘ) ৮ 9➤ কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? ক) ভগদত্তখ) চুদাংফাগ) বাণ ৰজাঘ) চুকাফা 10➤ শিঙৰি ঘৰত উঠা উৎসৱ” কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয় ক) চুখ্ৰাংফাখ) চুদাংফাগ) গদাধৰ সিংহঘ) ৰুদ্ৰ সিংহ 11➤ আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? ক) ১২৪৮ খ্ৰীষ্টাব্দত খ) ১২৫৮ খ্ৰীষ্টাব্দতগ) ১২৬০ খ্ৰীষ্টাব্দতঘ) ১২৬৮ খ্ৰীষ্টাব্দত 12➤ কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল? ক) দিহিঙীয়া ৰজাখ) চুক্লেংমুংগ) চুডাংফাঘ) চুকাফা 13➤ কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ক) লক্ষ্মীসিংহখ) চুহুংমুং গ) চুকাফাঘ) প্রমত্ত সিংহ READ MORE Assam Police AB/UB Constable Mock Test | Free Online Mock Test 2022 | Assam Govt Job Quiz 14➤ আহোম সকলৰ শেষ ৰাজধানী ক’ত আছিল? ক) চৰাইদেউখ) গড়গাঁও গ) যোৰহাট ঘ) ওপৰৰ এটাও নহয় 15➤ আহোম সকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? ক) পুৰন্দৰ সিংহখ) ৰাজেশ্বৰ সিংহ গ) চন্দ্ৰকান্ত সিংহ ঘ) শিৱ সিংহ 16➤ আহোম সকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? ক) ১২২৮ খ) ১২৫৩ গ) ১২৫০ ঘ) ১২২৯ 17➤ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ক) পুৰন্দৰ সিংহ খ) ৰুদ্ৰ সিংহগ) চন্দ্রকান্ত সিংহঘ) কমলেশ্বৰ সিংহ 18➤ আহোম সকলে প্ৰথমে ক’ত ৰাজধানী পাতিছিল? ক) গড়গাঁওখ) নাজিৰাগ) চৰাইদেউঘ) শদিয়া 19➤ আহোম সকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ক) চুকাফাখ) পুৰন্দৰ সিংহগ) ৰুদ্ৰসিংহঘ) চন্দ্রকান্ত সিংহ 20➤ প্ৰথম আহোম বৰবৰুৱা কোন আছিল ? ক) মোমাই তামুলীখ) ৰাম সিংগ) কনচেং ঘ) ওপৰৰ এজনো নহয় Submit Your score is