Assam Police AB/UB & SI Mock Test 2022 | গণিত ৰ প্ৰশ্ন আৰু উত্তৰ

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান?

2➤ শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ’ব

3➤ এটা সমবাহু ত্ৰিডুজৰ বাহুৰ দৈৰ্ঘ 12 ছেঃ মিঃ। ত্ৰিভুজটোৰ কালি হ’ব ?

4➤ চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

5➤ দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজত পাৰ্থক্য হ’ব

6➤ তলৰ কোনটো ভগ্নাংশ ²/₃ ৰ সমতুল্য নহয়

7➤ 5/6, 9/3, আৰু 12/7 সংখ্যা কেইটাৰ গড় হ’ল

8➤ এটা কোঠাৰ দীঘ, প্রস্থ, উচ্চতা ক্ৰমে 7.5 মিঃ, 6 মিঃ আৰু 4 মিঃ হ’লে কোঠাটোৰ বেৰ চাৰিখণৰ কালি কিমান?

9➤ ডজনত 60 টকাকৈ 10 টা কমলা টেঙা আৰু ডজনত 80 টকাকৈ 5 টা কলৰ দাম হ’ব

10➤ অৰুণ বৰুণতকৈ 2 বছৰে ডাঙৰ। আকৌ বৰুণ তৰুণতকৈ 1 বছৰ সৰু ৷ যদি সিহঁতৰ গড় বয়স 24 বছৰ তেন্তে তৰুণৰ বয়স হ’ব

11➤ ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব?

12➤ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়

13➤ দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?

READ MORE  Mock Test For DHS, DME,DHSFW & Ayush Assam | GK for Assam Govt Job Exam 2022 Sahayak Assam

14➤ তলৰ কোনটো ভগ্নাংশ ⁸/16 ৰ সমমান বা সমতুল্য ভগ্নাংশ হয়

15➤ 6 মিঃ বাহু বিশিষ্ট সমবাহু ত্রিভুজটোৰ কালি কিমান?

16➤ তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

17➤ .0 ৰপৰা 40 মাজৰ কোনকেইটা সংখ্যাক ত্ৰিভুজ আকৃতিত সজাব পাৰি?

18➤ তলৰ কোনাটো ¾ ৰ সমতুল্য ভগ্নাংশ হয়

19➤ এটা সামস্তৰিকৰ ভূমি 12 ছেঃ মিঃ আৰু উন্নতি 7 ছেঃ মিঃ হ’লৈ, সামন্তৰিকটোৰ কালি কিমান?

20➤ কোনো এক মূলধন সৰল সূতত 3 বছৰত 448.00 টকা হ’লগৈ। যদি সূতৰ হাৰ 4% হয়, তেন্তে মূলধন হ’ব

21➤ জিতুয়ে ইংৰাজী, গণিত আৰু বিজ্ঞানত পোৱা গড় নস্বৰ 64। যদি ইংৰাজী আৰু বিজ্ঞানত পোৱা নস্বৰ ক্ৰমে 58 আৰু 60 হয়, তেন্তে গণিতত পোৱা নম্বৰ হ’ব

22➤ যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ’ব

23➤ 500 টকা মূলধনৰ 6% সুতৰ হাৰত 2 বছৰত মিশ্রসুত (চক্ৰবৃদ্ধি সুত) নিৰ্ণয় কৰা

24➤ 51 x 9 = 51 x (10 – 1) হ’লে 71 x 99 হ’ব

25➤ কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

READ MORE  Assam Police AB UB and SSC GD Important English Question Answer Mock Test

26➤ যদি CP = 135 টকা, লোকচান = 5% তেন্তে বিক্ৰী দাম

27➤ যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক। এই বাকাটো

28➤ 10 টা কলমৰ বিক্ৰী দাম 14 টা কলমৰ কিনাদামৰ সমান হ’লে, লাভৰ শতকৰা হাৰ হ’ব

29➤ আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

30➤ গৰীমাই এখন শাৰী 1240 টকাত কিনি পিচত 1147 টকাত বিক্ৰী কৰে। তেওঁ লোকচানৰ শতকৰা হাৰ হ’ব

WhatsApp Group Join Now
Telegram Group Join Now

Your score is

Leave a Comment