Assam Police AB/UB & SI Mock Test 2022 | Assamese General Knowlage 2022 | Assam Quiz

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ অসমৰ মুখ্যমন্ত্ৰী _______ “ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়”খন উদ্বোধন কৰিছিল

2➤ অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা ভাৰতৰ প্ৰধানমন্ত্ৰী _________ স্থাপন কৰিছিল

3➤ অসমৰ মুখ্যমন্ত্ৰী _______ “তেজপুৰ চিকিৎসা মহাবিদ্যালয়”খন উদ্বোধন কৰিছিল

4➤ অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়ৰ নাম হৈছে

5➤ “ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়”খনৰ উদ্বোধন নিম্নলিখিত কিমান চনত কৰা হৈছিল

6➤ “তেজপুৰ চিকিৎসা মহাবিদ্যালয়”খনৰ উদ্বোধন নিম্নলিখিত কিমান চনত কৰা হৈছিল

7➤ “ডিফু চিকিৎসা মহাবিদ্যালয়”খন নিম্নলিখিত কিমান চনত স্থাপন কৰা হৈছিল

8➤ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ “যোৰহাট চিকিৎসা মহাবিদ্যালয়”ৰ আধাৰশিলা নিম্নলিখিত কিমান চনত স্থাপন কৰিছিল

9➤ “ডিফু চিকিৎসা মহাবিদ্যালয়”খন অসমৰ _______ জিলাত অৱস্থিত

10➤ অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হৈছে

11➤ অসমৰ তৃতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম হৈছে

12➤ “যোৰহাট চিকিৎসা মহাবিদ্যালয়”খনৰ উদ্বোধন নিম্নলিখিত কিমান চনত কৰা হৈছিল

13➤ অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হৈছে

14➤ অসমৰ মুখ্যমন্ত্ৰী _______ “যোৰহাট চিকিৎসা মহাবিদ্যালয়”খন উদ্বোধন কৰিছিল

READ MORE  Assam Police AB/UB Constable Mock Test 2022 : Assam General Knowlage 2022 : Mock Test For Assam Police

15➤ অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হৈছে

Your score is

Leave a Comment