Assam Police AB/UB & SI Mock Test 2022 | Assamese Mock 2022 | Assamese Mock | Assam GK 2022

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হ’ল

2➤ অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

3➤ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

4➤ .তলৰ কোনখন নাট মাধৱদেৱৰ ৰচনা?

5➤ অসমীয়া ভাষাৰ নিত্য-বৰ্তমান কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি হৈছে

6➤ Education শব্দটো কোন ভাষাৰ পৰা আহিছে ?

7➤ কীৰ্ত্তন’ৰ ৰচক কোন?

8➤ বেজবৰুৱাৰ উপন্যাস ৰচনাৰ সংখ্যা

9➤ অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

10➤ ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্রন্থখন কি?

11➤ গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰী লিঙ্গত কি প্ৰত্যয় হয়

12➤ বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণ সন্মত নহয়

13➤ আতংকৰ শেষত ডিটেক্‌টিভ উপন্যাসখন কাৰ ৰচনা?

14➤ ৰুছোৰ মতে বাল্যকাল-

15➤ বহুবচন পদৰ বিভক্তিত বহুবচন প্ৰত্যয় ব্যৱহাৰ হয়

16➤ পৰিকল্পনাৰ মূল্যায়ন আচনিৰ উন্নয়ন কোনে কৰিছিল ?

17➤ স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল

18➤ ‘খিনি’ প্রত্যয় ব্যৱহাৰ হয়

19➤ ক্রিয়াৰ অপৰিবর্তনীয় পুনৰাবৃত্তিৰ স্থায়ী ৰূপ

20➤ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল

21➤ তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত?

22➤ মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি?

23➤ সম্ভামাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

24➤ তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে

25➤ তলৰ শুদ্ধ বানানটো বাছি উলিওৱা

26➤ তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয়?

READ MORE  Assam Police Mock Test 2022 : Assamese Mock Test Assam Police

27➤ তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হেছে?

28➤ বেজবৰুৱাৰ তত্বমূলক গ্ৰন্থখনৰ নাম কি?

29➤ কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?

30➤ বৈদিক যুগৰ আৰ্যসকলৰ ধৰ্ম পূজা-অর্চনাৰ অন্তৰ্গত নাছিল—

WhatsApp Group Join Now
Telegram Group Join Now

31➤ চুতীয়াসকলে কোন দেৱীৰ পূজা কৰিছিল?

32➤ মূলাগাভৰু কাৰ পত্নী আছিল?

33➤ গুৰু চৰিতত উল্লেখ থকা মতে দুর্লভ নাৰায়ণে কোন দেশৰ পৰা ভূঞাসকলক আনিছিল?

34➤ ল’ৰা ৰজাৰ আহােম নাম কি আছিল?

35➤ আহােম স্বৰ্গদেউসকলে পুৰােহিতক দান কৰা লাখেৰাজ মাটিক কি বােলা হৈছিল?

36➤ গৌতম বুদ্ধৰ জন্মস্থান আছিল

37➤ অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল

38➤ ‘ভূঞা’ শব্দৰ অৰ্থ

39➤ জৈন ধর্মৰ প্ৰচাৰক মহাবীৰৰ আচল নাম আছিল

40➤ ঈশ্বৰৰ অস্তিত্ব সম্পর্কে বুদ্ধৰ মত

41➤ তলৰ কোনখন ঠাই কামৰূপৰ নগৰ নাছিল?

42➤ ৰপ্পাত পােন প্রথমে সভ্যতাৰ নিদর্শন আৱিষ্কাৰ কৰে

43➤ বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় মধ্য প্রস্তৰ যুগৰ অন্তর্ভুক্ত?

44➤ ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?

45➤ জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা কৰিব লাগে?

46➤ স্থানীয় স্বায়ত্তশাসনৰ গােটসমূহৰ কার্যকাল কিমান?

47➤ সংসদীয় চৰকাৰক অন্য কি নামেৰেও জনা যায়?

48➤ ভাৰতৰ শিখৰত থকা ন্যায়ালয় কোনখন?

49➤ সংবিধানৰ কিমান সংশােধনীৰ যােগেদি শিশুক শিক্ষাদানৰ মৌলিক কর্তব্য হিচাপে গণ্য হল?

50➤ উপৰাষ্ট্ৰপতিৰ নিম্নতম বয়স কিমান?

READ MORE  ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

51➤ কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছিল?

52➤ ৰাজ্যপাল কাৰ ওচৰত দায়বদ্ধ থাকে?

53➤ প্রস্তাৱনাক কোনে ৰাজনৈতিক জন্মপত্রিকা বুলি কৈছিল?

54➤ তলত উল্লেখিত কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?

55➤ সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ বয়স কিমান?

56➤ গাঁও পঞ্চায়তৰ থুল কিমান?

57➤ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?

58➤ ৰাষ্ট্রপতি পদ খালী হ’লে কিমান দিনৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচিত কৰিব লাগে?

59➤ কোন চনত ভাৰতবৰ্ষৰ ১৮ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়

60➤ তলৰ কোনটো অভাৱৰ বৈশিষ্ট্য নহয় ?

61➤ তলৰ কোনটো কাৰণত ভাৰতবৰ্ষৰ জাতীয় আয় বৃদ্ধিৰ হাৰ মন্থৰ হৈছে

62➤ তলৰ কোনটো অর্থবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত নহয় ?

63➤ খুচুৰা বজাৰত বস্তুবােৰ বিশেষকৈ কাৰ ওচৰত বিক্ৰী কৰা হয় ?

64➤ তলৰ কোনটো সম্পদৰ অন্তৰ্গত নহয়?

65➤ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিসাংখ্যিক সংগঠন (CSO)গঠন হয়

66➤ ২০০১ চনত ভাৰতবৰ্ষৰ জনসংখ্যা আছিল

67➤ পাইকাৰী বজাৰৰ বিক্রেতাই কোনবিধ ব্যয় বহন কৰিবলগীয়াত নপৰে?

68➤ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বননিৰ সংৰক্ষিত বনাঞ্চল হল

69➤ অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?

70➤ তলৰ কোনটো শুদ্ধ ?

71➤ স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল

72➤ তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্ন্দ্ধন্য ণ হয়

73➤ সংস্কৃত অভিধান মতে দেৱতাৰ লিঙ্গ হ’ল

74➤ তলৰ কোনটো শুদ্ধ লিখা

READ MORE  Assam Police ত আহি থকা Common প্ৰশ্ন কেইটা একেলগে চাই লওক

75➤ বয়োধিক’ শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

76➤ তলৰ কোনটো স্বাভাৱিকতে ষ হয়?

77➤ সম্বোধনৰ ক্ষেত্রত ‘ডাঙৰীয়া’ শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্রত্যয় কোনটো?

78➤ অসমীয়াত অনুজ্ঞাৰ পুৰুষ আৰু কাল কেইটা?

79➤ .ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা

80➤ তালব্য বৰ্ণ কোনটো?

81➤ তলত উল্লেখ কৰা কোনটো শব্দৰ সন্ধি নিপাতনত সিদ্ধ?

82➤ তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে

83➤ তলৰ কোনটো প্ৰত্যয় অসমীয়াত এক বচনবাচকৰ অৰ্থত ব্যৱহাৰ হয়?

84➤ স্পৰ্শবৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয়

85➤ ‘ষড়ান’’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

86➤ আইচু স্ত্ৰীলিঙ্গটোৰ পুংলিঙ্গ কি?

87➤ অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ ৰ সংখ্যা কেইটা ?

88➤ অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

89➤ যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে?

90➤ তলত দিয়াবোৰৰ কোনটো শুদ্ব ?

91➤ উষ্ম বৰ্ণ কোনটো ?

92➤ তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটো সঙ্গত?

93➤ পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয়?

94➤ মাটিৰ মানুহ বুলিলে বুজায় ?

95➤ তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।

96➤ অসমীয়া স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

97➤ ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়

98➤ সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

99➤ প্রবাদমতে গুৱাহাটীৰ দীঘলীপুখুৰীটো কোনজন ৰজাই খাইছিল

100➤ বৈদিক যুগৰ আৰ্যসকলৰ ধৰ্ম পূজা-অর্চনাৰ অন্তৰ্গত নাছিল—

101➤ সিন্ধু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়?

Your score is

Leave a Comment