Assam Police Constable AB/UB Questions Paper Mock Test Part 13 December 2, 2021 by kuljitkalita72 DME Assam 2008 Grade III & IV Apply Now Lakhimpur Peon & Chowkidar (Grade IV) Apply Now Golaghat Peon Vcaancy Apply Now Anganwadi Anganwadi Worker & Helper Apply Now Anganwadi Anganwadi Worker & Helper Download 1➤ ১৯৫০ চনৰ ভূমিকম্পত সম্পূর্ণকূপে ধ্বংস হােবা অসমৰ নগৰখনৰ নাম কি? (ক) তেজপুৰ(খ) শদিয়া (গ) গােলাঘাট(ঘ) বৰপেটা 2➤ ৫৪ নং বাষ্ট্ৰীয় ঘাইপথে সংযােজিত কৰা চহৰ দুখন কি? (ক) শ্বিলং-আগৰতলা(খ) মাকুম-লেখাপানী(গ) শিলচৰ-লুংলেই (ঘ) বৰহী-পাণ্ডু 3➤ ৰামধেনুৰ প্রথমগৰাকী সম্পাদক কোন আছিল? (ক) দীননাথ শর্মা(খ) হেমচন্দ্র গােস্বামী (গ) ইন্দ্রকমল বেজবৰুৱা(ঘ) চন্দ্রকুমাৰ আগৰৱালা 4➤ প্রথম অসমীয়া মাহেকীয়া আলােচনী জোনাকীৰ প্রতিষ্ঠাপক সম্পাদকগৰাকীৰ নাম কি? (ক) হেমচন্দ্র গােস্বামী(খ) লক্ষ্মীনাথ বেজবকবা(গ) চন্দ্রকুমাৰ আগৰৱালা(ঘ) বেণুধৰ ৰাজখােৱা 5➤ প্রথম মহিলা এ চি এছ বিষয়াগৰাকী কোন আছিল? (ক) পাৰল দাস(খ) শুচিব্ৰতা ৰায় চৌধুৰী(গ) মীৰা শর্মা(ঘ) লক্ষ্মী দেৱী 6➤ পৃথিৱীৰ সর্ববৃহৎ চি টি চি চাহ নিলাম কেন্দ্রটো ক’ত অৱস্থিত ? (ক) কলকাতা(খ) গুৱাহাটী(গ) দার্জিলিং(ঘ) কলম্বাে 7➤ আহােমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি? (ক) চন্দ্রকান্ত সিংহ(খ) কমলেশ্বৰ সিংহ(গ) যােগেশ্বৰ সিংহ(ঘ) পুৰন্দৰ সিংহ 8➤ মাইলছ ব্ৰন্সনে প্রস্তুত কৰা অসমীয়া ইংৰাজী অভিধানখনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল? (ক) ১৫,০০০ শব্দ(খ) ২০,০০০ শব্দ(গ) ১২,০০০ শব্দ(ঘ) ১৪,০০০ শব্দ 9➤ চুতীয়া সাম্রাজ্যৰ শেষ ৰজাজনৰ নাম কি? (ক) ৰত্নপাল(খ) বিষ্ণুপাল(গ) বীৰপাল(ঘ) নীতিপাল 10➤ পৰাগ উৎসৱ কোনটো জনগােষ্ঠীয়ে পালন কৰে? (ক) কার্বি(খ) ৰাভা(গ) মিচিং(ঘ) বড়াে 11➤ অসম উপত্যকা সাহিত্য বঁটা কোনে প্রদান কৰে? (ক) অসম সাহিত্য সভা(খ) সাহিত্য অকাডেমি(গ) মেগৰ শিক্ষা ন্যাস(ঘ) অসম চৰকাৰ 12➤ তলৰ কোনজন অসমীয়াই দাণ্ডি যাত্রাত ভাগ লৈছিল? (ক) লীলাধৰ বৰুৱা(খ) নবীন চন্দ্র বৰদলৈ(গ) তৰুণৰাম ফুকন(ঘ) কুলধৰ চলিহা 13➤ প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল? (ক) ১৯২৫ চনত(খ) ১৯৩৫ চনত(গ) ১৯২০ চনত(ঘ) ১৯৪০ চনত READ MORE DACRC Golaghat Recruitment 2022- Cook, Yoga Therapist Peer Educator (Grade IV) Vacancy 14➤ মাধৰদেৱৰ নাটসমূহক কি বুলি জনা যায়? (ক) ঝুমুৰা(খ) অংকীয়া নাট(গ) একাংকিকা নাট(ঘ) সম্পূর্ণ নাট 15➤ আহােম যুগৰ শ্রেষ্ঠ কবিগৰাকীৰ নাম কি? (ক) কবিৰাজ চক্রৱর্তী(খ) অমূল্য কাকতি(গ) চন্দ্রকুমাৰ আগৰৱালা(ঘ) ভট্টদেৱ 16➤ জোনাকী কোন চনত প্রকাশ পাইছিল? (ক) ১৮৮৯ চনত(খ) ১৮৯৭ চনত(গ) ১৮৮৫ চনত(ঘ) ১৮৭০ চনত 17➤ অসমত বাংলা ভাষাৰ প্রচলন কোন চনৰ পৰা আৰম্ত হৈছিল? (ক) ১৮২০ চনত(খ) ১৮৩৬ চনত(গ) ১৮৭৩ চনত(ঘ) ১৮৫০ চনত 18➤ গুৱাহাটীলৈ অহা প্রথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি? (ক) মাইলছ ব্ৰন্সন(খ) জেমছ ৰে(গ) শ্রীমতী কাট্টাৰ(ঘ) এ কে গার্নি 19➤ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্তুণি কোনখন আলােচনীৰ মাধ্যমেৰে আৰম্ত হয়? (ক) জোনাকী(খ) কবিতাৰ পুথি(গ) জয়ন্তী(ঘ) ৰামধেনু 20➤ অসমীয়া ভাষাৰ প্রথম চনেট পুথিখন কোনে ৰচনা কৰিছিল? (ক) হিতেশ্বৰ বৰবৰুৱা(খ) ডিম্বেশ্বৰ নেওগ(গ) অতুল চন্দ্র হাজৰিকা (ঘ) লক্ষ্মীনাথ বেজবৰুৱা 21➤ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰস্তুণি হৈছিল? (ক) মালচ (খ) কুকুৰ (গ) বনকুঁৱৰী (ঘ) সপােনৰ সুৰ 22➤ জ্যোতিপ্রসাদ আগৰৰালাৰ কবিতাপুথিখনৰ নাম কি ? (ক) বেদনাৰ উল্কা(খ) আপােন সুৰ (গ) দহিকতৰা (ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ 23➤ বিষ্ণুপ্রসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি? (ক) আহুতি(খ) সােণপাহি (গ) বাজর্ষি (ঘ) পাপৰি 24➤ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায়? (ক) হেমচন্দ্র গােস্বামী(খ) চন্দ্রকুমাৰ আগৰৱালা(গ) সত্যনাথ বৰা (ঘ) লক্ষ্মীনাথ বেজবৰুৱা 25➤ অসম ক্রিকেট এছচিয়েছন কোন চনত গঠন হৈছিল? (ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত (খ) ১৯৪৮ চনৰ ৩০ নৱেম্বৰত (গ) ১৯৪৯ চনৰ ৩০ নবেম্বৰত(ঘ) ১৯৫০ চনৰ ৩০ নৱেম্বৰত Submit WhatsApp Group Join Now Telegram Group Join Now Your score is