Assam Police Mock Test 2022 : Assamese Mock Test Assam Police

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ প্ৰথম অসমীয়া ছপা উপন্যাস-

2➤ ড°বীৰেন্দ্র কুমাৰ ভট্টাচার্যই ঈয়াৰইংগম’ উপন্যাসৰবাবে ১৯৬১ চনত কি বটালাভ কৰিছিল কৰিছিল?

3➤ মোৰ সোঁৱৰণী” তলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?

4➤ প্ৰথম অসমীয়া গদ্য লেখক কোন ?

5➤ ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

6➤ অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?

7➤ ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল?

8➤ কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ কৰা হৈছে

9➤ অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল?

10➤ প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমান টা অংশত বিভাজন কৰিছিল?

11➤ ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল

12➤ যোগিনীতন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

13➤ কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

14➤ শিঙৰি ঘৰত উঠা উৎসৱ” কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়

15➤ আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?

16➤ কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল?

READ MORE  Assam Police AB/UB Constable Mock Test | Free Online Mock Test 2022 | Assam Govt Job Quiz

17➤ কোনজন আহোম ৰজা দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল

18➤ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

19➤ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা আছিল—

20➤ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন আছিল—

21➤ ডিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে

22➤ অসমৰ কোন জিলাত লোণাপানীৰ উহ আছে।

23➤ নাহৰকটীয়াৰ পৰা নুনমাটিলৈ_____ কি:মি তেলৰ নলী পথ আছে।ড়

24➤ ____তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ

25➤ ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয়____ চনত।

26➤ বিশেষজ্ঞসকলৰ মতে অসমত____ নিযুত টন কয়লা আছে।

27➤ অসমত কফি গৱেষণা কেন্দ্ৰ আছে–

28➤ অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ’ল–

29➤ উজনি অসমৰ_____ত চাহ গৱেষণা কেন্দ্ৰ আছে।

30➤ _______চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।

READ MORE  Assam Police AB/UB Questions Paper Mock Test Part 14

WhatsApp Group Join Now
Telegram Group Join Now

Your score is

অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

Social Link
WhatsApp Join
Telegram Join

আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

(খণ্ড অনুসৰি মোকষ্টোজ)

READ MORE  Mock Test For DHS, DME,DHSFW & Ayush Assam | GK for Assam Govt Job Exam 2022 Sahayak Assam

Leave a Comment