Assam Police & SSC Constable GD MCQ Test Part 10 November 28, 2021 by kuljitkalita72 DME Assam 2008 Grade III & IV Apply Now Lakhimpur Peon & Chowkidar (Grade IV) Apply Now Golaghat Peon Vcaancy Apply Now Anganwadi Anganwadi Worker & Helper Apply Now Anganwadi Anganwadi Worker & Helper Download 1➤ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল? ১৯৭১ চনত১৯৬১ চনত১৯৮১ চনত১৯৯১ চনত 2➤ কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ১৮৮২ চনত১৮২৮ চনত১৮৮১ চনত১৮৭২ চনত 3➤ কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ১৯২২ চনত১৯৩১ চনত১৯২১ চনত১৯২০ চনত 4➤ অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? প্ৰফুল্ল মহন্তগোপীনাথ বৰদলৈতৰুণ গগৈবসন্ত দাস 5➤ অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল? ১৮২১ চনত১৮২২ চনত১৮২৩ চনত১৮২৪ চনত 6➤ অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুকাফাৰুদ্ৰ সিংহচন্দ্ৰকান্ত সিংহহৰিপ্ৰসাদ বৰুৱা 7➤ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চাউদাঙচুকাফাৰামপালবীৰপাল 8➤ অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত? ডিব্ৰুগড়গুৱাহাটীশ্বিলংতেজপুৰ 9➤ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? প্ৰফুল্ল মহন্তআনন্দৰাম বৰুৱাগোপীনাথ বৰদলৈতৰুণ গগৈ 10➤ অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ১৫৪৫ চনত১৯৫০ চনত২০১৩ চনত১৫৪৮ চনত Submit Your score is READ MORE BSF Notification 2023 | 64 Technician Vacancy