Assam Police & SSC Constable GD MCQ Test Part 11

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download

1➤ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ’ল-

2➤ বিশ্ব জনসংখ্যা দিবস (World Population Day) কোন তাৰিখে পালন কৰা হয়?

3➤ বকুল বনৰ কবি” হ’ল-

4➤ অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয়টোৰ নাম কি?

5➤ “Pyramid of Assam” বুলি কোৱা হয়-

6➤ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো?

7➤ “বাথৌ পূজা” কোন জনগোষ্ঠীৰ?

8➤ কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যদা দিয়া হয়-

9➤ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী (দিচপুৰ)লৈ স্থানান্তৰ কৰা হয়-

10➤ তলৰ কোনটো নৃত্য “আলি-আই-লৃগাং” ৰ লগত জড়িত

11➤ অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-

12➤ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now

13➤ প্ৰথম অসমীয়া গদ্য লেখক কোন ?

14➤ প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি

15➤ মোৰ সোঁৱৰণী” তলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?

16➤ ড°বীৰেন্দ্র কুমাৰ ভট্টাচার্যই ঈয়াৰইংগম’ উপন্যাসৰবাবে ১৯৬১ চনত কি বটালাভ কৰিছিল কৰিছিল?

READ MORE  Assam Police AB UB & SSC Mock Test

17➤ “সত্ৰীয়া নৃত্যক” Classical Dance হিচাপে স্বীকৃতি দিয়া হয়

18➤ অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?

19➤ ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

20➤ মহাত্মা গান্ধীৰ “ৰাজনৈতিক গুৰু” কোন আছিল-

Your score is

Leave a Comment