Discover and discover : আৱিষ্কাৰ আৰু আৱিষ্কাৰক

DME Assam 2008 Grade III & IV Apply Now
Lakhimpur Peon & Chowkidar (Grade IV) Apply Now
Golaghat Peon Vcaancy Apply Now
Anganwadi Anganwadi Worker & Helper Apply Now
Anganwadi Anganwadi Worker & Helper Download
প্রঃ হাইড্রজেন কোনে উদ্ভাৱন কৰিছিল ? 
উঃ হেনৰী কেভেনডিচ (বৃটেইন)।
প্রঃ নাইট্ৰ’জেন কোনে উদ্ভাৱন কৰিছিল ? 
উঃ ডেনিয়েল ৰাডাৰফৰ্ড (বৃটেইন)।
প্রঃ ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ? 
উঃ ৰুডলফ দেবেল (জার্মানী)।

Social Link
WhatsApp Join
Telegram Join
প্রঃ ৰিফ্রিজেৰেটৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ফার্দিনান্দ কাৰে (ফ্রাঞ্চ)।
প্রঃ ছেপটি পিন কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ৱাল্টাৰ হান্ট (আমেৰিকা)।
প্ৰঃ নিৰাপদ জুইশালা কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ জন লেণ্ডষ্টর্ম, জন কেপিং (চুইডেন)
প্রঃ আধুনিক জুইশালা কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জন ৱাকাৰ (ইংলণ্ড)।
প্রঃ আধুনিক বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ মেকমিলান (স্কটলেণ্ড)।
প্রঃ মাধ্যাকর্ষণ শক্তি কোনে উদ্ভাৱন কৰিছিল ?
উঃ আইজাক নিউটন (ইংলণ্ড)।

প্রঃ টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জন লোগি বেয়ার্ড (স্কটলেণ্ড)
প্রঃ উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ উইলবাৰ ৰাইট আৰু অৰবিল ৰাইট (আমেৰিকা)
প্ৰঃ টেপ ৰেকৰ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ ভালডেমাৰ পলচন (ডেনমার্ক)।
প্রঃ চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ কার্ণেলিচ ডেবেল (পর্তুগাল)
প্রঃ আধুনিক চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ ডেভিড বুশ্বনেল (আমেৰিকা)
প্ৰঃ গ্ৰহৰ গতি সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল। 
উঃ জোহান কেপলাৰ (জাৰ্মানী)।
প্ৰঃ তললৈ গতি কৰা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল 
উঃ গেলিলিঅ’ গেলিলি (ইটালী)।
প্রঃ থার্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ গেলিলিঅ’ গেলিলি (ইটালী)
প্রঃ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ আলেকজেণ্ডাৰ ফ্লেমিং
প্রঃ জীৱ বিৱৰ্তনবাদ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ চাৰ্লচ ডাউইন (ইংলণ্ড)
প্রঃ সূর্য সৌৰজগতৰ কেন্দ্ৰ বুলি কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ ক’পাৰনিকাচ (পোলেণ্ড)।
প্রঃ ট্রেনজিষ্টৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জন বাৰ্ডিন, ৱাল্টাৰ ব্ৰাটেইন (আমেৰিকা)।
প্রঃ নাইলন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ ৱালেঞ্চ কেৰোদৰচ (আমেৰিকা)।
প্ৰঃ লগাৰিথিম কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জন নেপিয়াৰ (স্কটলেণ্ড)
প্রঃ টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ হানছ লিপাৰছে (নেদাৰলেণ্ডছ)
প্রঃ নিউট্রন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জেমচ চেডউইক (বৃটেইন)
প্ৰঃ প্ৰট’ন কোনে আৱিষ্কাৰ কৰিছিল
উঃ আৰ্নেষ্ট ৰাডাৰফ’ৰ্ড
প্রঃ আপেক্ষিকতাবাদ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এলবার্ট আইনষ্টাইন (জার্মানী)।
প্রঃ ইউৰেনিয়াম কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ মার্টিন ক্লপৰ্থ (জার্মানী)।
প্রঃ অ’জন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ খ্ৰীষ্টিয়ান স্কনেবইন (জার্মানী)।
প্রঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ মাইকেল ফোডে (বৃটেইন)।
প্রঃ এলুমিনিয়াম কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ হেনছ খ্ৰীষ্টিয়ান অষ্টেড (ডেনমার্ক)।

প্রঃ কোনে পোন প্ৰথমতে প্ৰতিফলক দূৰবীণ যন্ত্র আৱিষ্কাৰ কৰিছিল ? 
উঃ নিউটন।
প্ৰঃ ইউৰেনাচ গ্রহ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ উইলিয়াম হার্চেল (বৃটেইন)।
প্ৰঃ ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ মেৰী কুৰী, পিয়েৰী কুৰী (ফ্রাঞ্চ)।
প্রঃ ইলেক্ট্রন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ চাৰ জোছেফ টমছন (বৃটেইন)।
প্ৰঃ তেজক্রিয়তা কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ এন্টোইন বেকাৰেল (ফ্রাঞ্চ)।
প্ৰঃ পোহৰৰ বিদ্যুৎ চুম্বকীযা তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ মে’ৱেল।
প্রঃ হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ চিৰকস্কি।
প্রঃ এয়াৰ কণ্ডিশ্বনাৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ কেৰিয়াৰ।
প্রঃ কোন জন বিজ্ঞানীয়ে পোহৰৰ তৰঙ্গ তত্ত্ব আগবঢ়াইছিল ? 
উঃ খ্ৰীষ্টিয়ান হাইজেন।
প্রঃ কোনজন বিজ্ঞানীয়ে পোন প্ৰথমতে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল ?
উঃ লুই-ফিজাউ।
প্ৰঃ গেছ লাইট কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ মাৰ্ড’ক।
প্রঃ মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ আৰ. এ. মিলিকান।
প্ৰঃ সূৰ্যৰ পোহৰত সাতোটা ৰং থাকে বুলি কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ নিউটন।
প্ৰঃ ৰবট কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ কার্ল কোপক।
প্ৰঃ লিফ্ট কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ই, আটিছ।
প্রঃ বজ্রপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ বেঞ্জামিন ফ্রেঙ্কলিন।
প্ৰঃ ৰঞ্জন ৰশ্মি কেনে আৱিষ্কাৰ কৰিছিল ?
উঃ ৰঞ্জন।
প্ৰঃ পাৰাযুক্ত থার্মেমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ ফাৰেণ হাইট।
প্রঃ এন্টেনা কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ আলেকজেণ্ডাৰ প’পভ।
প্রঃ কোনে প্রথমে সেউজ গৃহৰ প্ৰভাৱ আৱিষ্কাৰ কৰিছিল ? 
উঃ জোছেফ ফৰিয়াৰ ।
প্রঃ ডি. ডি. টি. কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ পলমিলাৰ।
প্ৰঃ হহুঁৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ জে. প্রিষ্টলী।
প্রঃ আধুনিক পাৰমাণৱিক তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ জন ডেল্টন।
প্ৰঃ ওপঙা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ আর্কিমিডিছ।

প্রঃ চেলফোন কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ চাৰ্লছ ক্ৰছ।
প্রঃ এককোষী প্রাণী কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এ. লিউয়েনহুক।
প্ৰঃ সোতৰ শতিকাৰ আৰম্ভণিতে মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হার্ভে কি আৱিষ্কাৰ কৰিছিল ?
উঃ ৰক্ত পৰিবহন।
প্ৰঃ মিছা কথা ধৰা পেলোৱা যন্ত্র কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ জন লাৰ্চেন।
প্ৰঃ অশ্রু গেছ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ডাঃ ভন টেপেন।
প্রঃ এ. চি. মটৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ মিক’লা টেছলা।
প্রঃ কোকা কোলা কোনে উদ্ভাৱন কৰিছিল ? 
উঃ ডাঃ জে. এছ. পেম্বাৰ্টন।
প্ৰঃ ‘জাইৰস্কপ’ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ জিন ফকাল্ট।
প্ৰঃ গেছৰ গতি তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ আৰ, বয়াল।
প্ৰঃ জলাতংক ৰোগৰ প্ৰতিষেধক বেজী কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ লুই পাস্তৰ।
প্ৰঃ বেলুন কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ মন্টগলফাৰ ব্ৰদার্চ।
প্ৰঃ ৰসায়ন বিজ্ঞানত পোন প্রথমে কোনে নবেল বঁটা লাভ কৰে ? 
উঃ জে. এইচ ভল্টহভ।

প্ৰঃ পেৰাচুট কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এফ ব্রনকার্ড।
প্রঃ জেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এফ. হুইটলি।
প্ৰঃ লাউড স্পীকাৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এণ্ডাছন।
প্রঃ হিলিয়াম গেছ কোনে আৱিষ্কাৰ কৰিছিল
উঃ লকাৰ।
প্ৰঃ পৰমাণু বোমা কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ অট’হান।
প্রঃ বৈদ্যুতিক পাংখা কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ এছ. হুইলাৰ।
প্রঃ বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ নিক’লা টেছলা।
প্ৰঃ সৰু আইৰ ছিটা কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ এডৱাৰ্ড জেনাৰ।
প্রঃ পানী যে এবিধ যৌগ, মৌল নহয়: সেয়া কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ এইচ. কেভিণ্ডিজ।
প্ৰঃ অতি বেঙুনীয়া ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জে. ডব্লিউ ৰিটাৰ ।
প্ৰঃ অনুজীৱ বিদ্যাৰ জনক বুলি কাক কোৱা হয় ? 
উঃ লুই পাস্তৰ।
প্রঃ আধুনিক হোমিঅ’পেথিক চিকিৎসা বিদ্যাৰ জনক কোন ?
উঃ হেনিমেন।
প্ৰঃ মধুমেহ ৰোগৰ চিকিৎসাত ইনচুলিনৰ প্ৰয়োজনীয়তা কোনে
আৱিষ্কাৰ কৰে ? 
উঃ বেন্টিং।
প্ৰঃ গেছ ষ্টোভ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ জেমছ শ্বাৰ্প।
প্রঃ ভিডিঅ’ গেম কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ এন. বুশ্বনেল।
প্রঃ পাৰমাণৱিক ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ উইলিয়াম এফ. লিবিব।
প্ৰঃ জুই নুমুৱা যন্ত্র কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ ডাঃ গডফ্রে
প্রঃ কার্বন কাগজ কোনে আৱিষ্কাৰ কৰিছিল ? 
উঃ আৰ ৱেজউড।
অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব

WhatsApp Group Join Now
Telegram Group Join Now
আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।

(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)

READ MORE  Assam All Exam Questions & Answer

Leave a Comment