DME Assam 2008 Grade III & IV
Apply Now
Lakhimpur Peon & Chowkidar (Grade IV)
Apply Now
Golaghat Peon Vcaancy
Apply Now
Anganwadi Anganwadi Worker & Helper
Apply Now
Anganwadi Anganwadi Worker & Helper
Download
Social | Link |
---|---|
Join | |
Telegram | Join |
প্ৰঃ লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্রিয়া দায়ী ? উঃ প্রতিবর্তী ক্রিয়া।
প্ৰঃ পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয় ?
উঃ খোৱাৰ সময়ত শৰীৰৰ বেছিভাগ তেজ অন্ত্ৰলৈ প্রবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি ধৰে।
প্রঃ পৰীক্ষাৰ আগে আগে বহুতৰ পেটৰ বিষ বা বমি হয় কিয় ?
উঃ মানসিক অস্বস্তিৰ ফলত ফ্লেনিক নাৰ্ভডাল উত্তেজিত হোৱা বাবে ।
প্ৰঃ আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী দম্পতীহালৰ নাম কি ?
উঃ এলেন আৰু বিয়েত্ৰিচ গার্ডিনাৰ।
প্ৰঃ ‘ফোবিয়া’ মানে কি ?
উঃ যুক্তিহীন অস্বাভাৱিক ভয়।
প্ৰঃ ৰাস্তা পাৰ হ’বলৈ ভয় কৰাক কি বোলে ?
উঃ এজাইও ফোবিয়া।
প্রঃ হিপ্পোফোবিয়া মানে কি ?
উঃ ঘোঁৰালৈ ভয়।
প্ৰঃ ৰাজহুৱা সভাত কথা ক’বলৈ ভয় কৰাটোক কি ফোবিয়া বোলে ? উঃ লেলিও ফোবিয়া।
প্ৰঃ বমি কৰিবলৈ ভয় লগাক কি বোলে ?
উঃ এমিটফোবিয়া।
প্ৰঃ জুইলৈ ভয় কৰাক কি বোলে ?
উঃ পাইৰো ফোবিয়া।
প্ৰঃ অম্বফোবিয়া হ’লে কি হয় ?
উঃ বৰষুণলৈ ভয় লাগে।
প্ৰঃ কেতিয়া ভূতলৈ ভয় লাগে ?
উঃ ফাজমোফোবিয়া ৰোগ হ’লে।
প্ৰঃ চাইদাৰোড্ৰমো ফোবিয়া হ’লে কি হয় ?
উঃ ৰেল গাড়ীলৈ ভয় লাগে।
প্ৰঃ গেৰাচক ফোবিয়া হ’লে কিহৰ প্ৰতি ভয় লাগে ?
উঃ বৃদ্ধবয়সলৈ।
প্ৰঃ কিমান বছৰ বয়সত মানুহৰ বুদ্ধিৰ নক্সা তৈয়াৰ হয় ?
উঃ ৭ বছৰ বয়সত।
প্ৰঃ মহিলা এগৰাকীয়ে কেতিয়া মানসিক প্রতিবন্ধী শিশু জন্ম দিব পাৰে ?
উঃ জিনৰ গণ্ডগোল হ’লে।
প্ৰঃ টোপনি অহাৰ সময়ত কোনোবাই সপোন দেখিছে নে নাই তাক কেনেকৈ বুজিব পৰা যায় ?
উঃ টোপনিত থকা মানুহজনৰ যদি চকুৰ মণি লৰি থাকে তেনেহ’লে সপোন দেখি থকা বুলি বুজিব পাৰি।
প্রঃ এজন প্রাপ্ত বয়স্ক মানুহে নে এজন শিশুৱে সোনকালে ভাষা আয়ত্ব কৰিব পাৰে ?
উঃ শিশুৱে।
প্ৰঃ কুকুৰলৈ ভয় কৰাক কি বোলে ?
উঃ কাইনোফোবিয়া।
প্রঃ মনো ফোবিয়াই কিহলৈ ভয় কৰাক বুজায় ?
উঃ নিঃসংগতা।
প্রঃ কোনবিধ ফোবিয়া হ’লে নাৰীয়ে গৰ্ভাৱস্থালৈ ভয় কৰে ?
উঃ মেইজিয়ো ফোবিয়া।
প্রঃ ঘৰৰ মানুহ অসুস্থ হ’লে আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ ? উঃ পাহাৰ, টিলা বা ওখ ঠাইৰ পৰা পৰি যোৱাৰ স্বপ্ন ।
প্ৰঃ খং বা বিৰক্তি অনুভৱ কৰিলে আমাৰ চকুৱে কেনেধৰণৰ কৰে ?
উঃ চকুৰ পলক পৰা কমি যায়।
প্ৰঃ শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে
উঃ নিউৰ’লজি।
প্ৰঃ শৰীৰৰ সকলোবোৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা স্নায়ুতন্ত্ৰৰ উচ্চতম কেন্দ্ৰক কি বোলে ?
উঃ গুৰু মস্তিষ্ক।
প্ৰঃ স্কুলত যোৱা শতকৰা কিমানজন শিশু জড় বুদ্ধিসম্পন্ন হৈ থাকে ? উঃ শতকৰা ১০ জন।
প্রঃ কোনটো ক্ৰিয়াৰ বাবে মানুহ এজনে চিন্তা কৰি থকাৰ সময়ত তেওঁৰ হাত-ভৰি লৰি থাকে ?
উঃ প্ৰতিৱৰ্তী ক্ৰিয়াৰ বাবে ।
প্ৰঃ ইচ্ছা পূৰণৰ ক্ষেত্ৰত প্ৰেৰণাৰ ভূমিকা কি ?
উঃ ই কামৰ তাগিদা বৃদ্ধি কৰে
প্ৰঃ ৰাগিয়াল বস্তুৰ প্ৰতি থকা ভয়ক কি বোলে ?
উঃ পট’ ফোবিয়া।
প্ৰঃ সাপলৈ ভয় কৰাক কি বোলা হয় ?
উঃ অফিও ফোবিয়া।
প্ৰঃ শৰীৰৰ সমস্ত কাৰ্য-কলাপ কিহৰ দ্বাৰা নিয়ন্ত্রিত হয় ?
উঃ স্নায়ুতন্ত্ৰৰ দ্বাৰা।
প্ৰঃ মহিলাৰ প্ৰতি থকা ভয়ক কি বোলে ?
উঃ গাইন’ফোবিয়া।
প্রঃ উৰিবলৈ ভয় কৰাক কি ফোবিয়া বুলি কোৱা হয় ?
উঃ এৰা ফোবিয়া ।
প্ৰঃ পূৰ্ণিমাৰ পূৰ্ণ জোনটোৱে প্ৰাণীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় ?
উঃ ৰক্তচাপ আৰু হৃদ স্পন্দন বৃদ্ধি কৰে।
প্ৰঃ শিশু এটাই কিমান বছৰ বয়সৰ পৰা অৰ্থপূৰ্ণ শব্দ উচ্চাৰণ কৰিব পাৰে ?
উঃ একৰ পৰা দুই বছৰৰ ভিতৰত।
প্ৰঃ ‘শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’: কথাষাৰ কোনে কৈছিল• উঃ এৰিষ্ট’টল।
প্রঃ অতিপাত উৎকণ্ঠা আৰু অহেতুক ভয় পোৱা কি ৰোগৰ লক্ষণ ?
উঃ নিউৰোছিচ।
প্ৰঃ শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ?
উঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যত।
প্ৰঃ কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন ?
উঃ জার্মানীৰ শিক্ষাবিদ ভ্রুবেল ।
প্ৰঃ প্ৰাণীৰ আবেগক নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি ?
উঃ হাইপোথেলামাছ।
প্ৰঃ আমাৰ ভয়ৰ কাৰণ কি ?
উঃ বিপদৰ আশংকা।
প্রঃ কোনে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰিছে ?
উঃ শিক্ষাবিদ চাৰ জন আদামচে।
প্রঃ ব্যক্তিকেন্দ্রিক শিক্ষাৰ গুৰি ধৰোতা কোন ?
উঃ পাৰ্চি নান।
প্রঃ ত্রিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়
উঃ শিক্ষার্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ।
প্রঃ কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা অর্জনৰ
ওপৰত গুৰত্ব দিছে ?
উঃ জন ডিউইয়ে।
প্ৰঃ শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্রহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায় ?
উঃ শিক্ষাবিদ জন ডিউইয়ে।
প্ৰঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?
উঃ কৈশোৰ কাল।
প্রঃ ‘Educare’ শব্দৰ অৰ্থ কি ?
উঃ প্রতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।
প্রঃ লেটিন শব্দ Educatum ৰ অৰ্থ কি ?
উঃ শিক্ষাদান কৰা কাৰ্য।
প্ৰঃ ‘Emile’ গ্ৰন্থৰ ৰচক কোন ?
উঃ জে, জে, ৰুচো।
প্ৰঃ ‘Republic’ গ্ৰন্থৰ ৰচক কোন ?
উঃ প্লেটো।
প্ৰঃ UNESCO -ৰ সম্পূৰ্ণ ৰূপটো কি ?
উঃ United Nations Educational Scientific and Cultural Organisation
প্রঃ UNESCO কোন চনত গঠন কৰা হয় ?
উঃ ১৯৪৫ চনত।
প্ৰঃ NCERT-ৰ সম্পূৰ্ণ ৰূপটো কি ?
উঃ National Council of Educational Research and Training.
প্ৰঃ DIET -ৰ সম্পূৰ্ণ ৰূপটো কি ?
উঃ District Institute of Educational Training.
প্ৰঃ C D ROM -ৰ সম্পূৰ্ণ ৰূপটো কি ?
উঃ Compact Disk Read Only Memory.
প্ৰঃ ‘School’ শব্দটো কোন ভাষাৰ পৰা আহিছে ?
উঃ গ্ৰীক ভাষাৰ Skhole শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।
প্রঃ ‘Curriculum’ শব্দটো কোন ভাষাৰ পৰা আহিছে ?
উঃ লেটিন ভাষাৰ ‘Currere’ শব্দৰ পৰা।
প্ৰঃ UGC কিমান চনত স্থাপিত হয় ?
উঃ ১৯৫৩ চনত।
প্ৰঃ Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায় ?
উঃ Home Page
প্ৰঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?
উঃ চাৰিটা।
প্ৰঃ শৈশৱ কালত কি শিক্ষা দিয়া হয় ?
উঃ প্রাক্-প্রাথমিক শিক্ষা।
প্রঃ বাল্যকালত কি শিক্ষা দিয়া হয় ?
উঃ প্রাথমিক শিক্ষা।
প্রঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম পৰ্যায়টো কি ?
উঃ প্রাথমিক শিক্ষা।
প্রঃ প্রাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয় ?
উঃ ৬ বছৰ বয়সৰ পৰা।
প্ৰঃ জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয় ?
উঃ কৈশোৰ কালছোৱাক।
প্ৰঃ কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় ?
উঃ ১৯৮৫ চনত।
প্ৰঃ কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল ?
উঃ ১৯৬১চনত।
প্ৰঃ অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?
উঃ ১২০-১৪০।
প্রঃ প্রতিভাশালী ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?
উঃ ১৪০-ৰ উৰ্ধত ।
প্রঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান ?
উঃ ১১০-১২০।
প্ৰঃ শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত ?
উঃ বর্গাকাৰ হোৱা উচিত।
প্ৰঃ বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা।
উঃ শিক্ষক, ছাত্র-ছাত্ৰী আৰু কৰ্মচাৰী।
প্রঃ বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।
উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্রেণীকক্ষ।
প্ৰঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?
উঃ গ্রন্থাগাৰিক বা পুথিভঁৰালী।
প্রঃ ‘শ্রেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়’: কথাষাৰ কোনে কৈছিল ?
উঃ টি ৰেমন্ট।
অসমৰ সকলো ধৰনৰ পৰীক্ষা সমূহত আহিবলগীয়া প্ৰশ্ন: অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে, APSC, ভূমি সংৰক্ষণ বিভাগ, অসম টেট আৰু গাঁও পঞ্চায়ত ত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ আমাৰ Website ত পৰিব পাব লগতে আপুনি আমাৰ Website ত মোকষ্টোজ দিব পাৰিব সম্পূৰ্ণ অসমীয়া ত । আমাৰ এই website ত আপুনি হাজাৰ হাজাৰ প্ৰশ্ন উত্তৰ পাব
আপোনালোকক কোনটো বিভাগৰ ওপৰত মোকষ্টোজ লাগে আমাক জনাই দিব ।
(সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ)