৫০ টাৰ ও অধিক সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ একেলগে চাওক । অসম আৰক্ষী, অসম কৃষি বিভাগ, অসম বিদ্যুৎ বিভাগ, গাওঁ পঞ্চায়ত আৰু বিভিন্ন ধৰনৰ Exam ৰ কাৰণে এই প্ৰশ্ন আৰু উত্তৰ কেইটা চাব পাৰে ।
প্ৰশ্ন :- ভাৰতৰ প্ৰথম ভাইচৰয়………..
A. লৰ্ড ৱেলিংটন
B. বেণ্টিংক
C. লৰ্ড কেনিং
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. লৰ্ড কেনিং
প্ৰশ্ন :- “আগষ্ট বিপ্লৱ” কাক বুলি কোৱা হয়?
A. অসহযোগ আন্দোলন
B. ভাৰত ত্যাগ আন্দোলন
C. আইন অমান্য আন্দোলন
উত্তৰ : B. ভাৰত ত্যাগ আন্দোলন
প্ৰশ্ন :- গেটৱে অৱ ইণ্ডিয়া-
A. জন্মু আৰু কাশ্মীৰ
B. চেন্নাই
C. দিল্লী
D. মুম্বাই
উত্তৰ : D. মুম্বাই
প্ৰশ্ন :- ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
A. চন্দ্ৰযান-1
B. আৰ্যভট্ট
C. চন্দ্ৰযান-2
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. আৰ্যভট্ট
প্ৰশ্ন :- পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
A. গোপীনাথ বৰদলৈ
B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
C. তৰুণৰাম ফুকন
উত্তৰ : B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
প্ৰশ্ন :- পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-
A. পাটনা
B. পুনে
C. পুডুচেৰী
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. পাটনা
প্ৰশ্ন :- “ক্ৰিকেট মাই ষ্টাইল” নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
A. সৌৰভ গাংগুলী
B. বিৰাট কহলী
C. কপিল দেৱ।
D. ৰিকি পণ্টিং
উত্তৰ : C. কপিল দেৱ।
প্ৰশ্ন :- ‘আইন –ই –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
A. আকব
B. আবুল ফজল
C. জাহাংগীৰ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. আবুল ফজল
প্ৰশ্ন :- পাণিপথৰ প্ৰথম যুদ্ধ……………………..
A. 1526 চনত
B. 1528 চনত
C. 1524 চনত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. 1526 চনত
প্ৰশ্ন :- ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?
A. 21
B. 25
C. 23
D. 20
উত্তৰ : B. 25
প্ৰশ্ন :- ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
A. 9.15 km
B. 9.14 km
C. 7.5 km
D. 10 km
উত্তৰ : A. 9.15 km
প্ৰশ্ন :- ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?
A. হৰ্ষবৰ্দ্ধন
B. সমুদ্ৰ গুপ্ত
C. শ্ৰীগুপ্ত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. হৰ্ষবৰ্দ্ধন
প্ৰশ্ন :- “India lives in its villages” কোনে কৈছিল?
A. ড্ৰনাল
B. বাৰাক অবামা
C. মহাত্মা গান্ধী
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. মহাত্মা গান্ধী
প্ৰশ্ন :- “বাথৌ পূজা” কোন জনগোষ্ঠীৰ?
A. কাৰ্বি
B. টিৱা
C. ৰাভা
D. বড়ো
উত্তৰ : D. বড়ো
প্ৰশ্ন :- বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-
A. কাশীনাথ তামুলী ফুকন
B. নাথান ব্ৰাউন
C. আত্মাৰাম শৰ্মাই
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. আত্মাৰাম শৰ্মাই
প্ৰশ্ন :- বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-
A. পদ্মা
B. মেঘনা
C. যমুনা
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. যমুনা
প্ৰশ্ন :- সতী সাধনী কোন ৰাজ্য/বংশৰ আছিল?
A. চুতীয়া ৰাজ্যৰ
B. কোচ ৰাজ্যৰ
C. আহোম ৰাজ্যৰ
D. পাল বংশ
উত্তৰ : A. চুতীয়া ৰাজ্যৰ
প্ৰশ্ন :- প্রথম ‘ভাৰতৰত্ন’ বিজয়ী মহিলা গৰাকী কোন আছিল?
A. ইন্দিৰা গান্ধী
B. কল্পনা চাওলা
C. সৰোজিনী নাইডু
উত্তৰ : A. ইন্দিৰা গান্ধী
প্ৰশ্ন :- মুলাগাভৰু কাৰ পত্নী আছিল?
A. আইখেন বৰগোহাঁই
B. মোমাই তামুলী বৰবৰুৱা
C. ফ্ৰাচেংমুং বৰগোহাঁই
D. ওপৰৰ এটাও নহয়
উত্তৰ : C. ফ্ৰাচেংমুং বৰগোহাঁই
প্ৰশ্ন :- “মোৰ সোঁৱৰণী” তলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?
A. লক্ষ্মীনাথ বেজবৰুৱা
B. পদ্মনাথ গোহাঞিবৰুৱা
B. লক্ষ্মীনাথ ফুকন
উত্তৰ : B. পদ্মনাথ গোহাঞিবৰুৱা
প্ৰশ্ন :- “Indica” গ্ৰন্হৰ লেখক কোন?
A. মেগাস্হেনিচ্
B. কৌটিল্য
C. বিষাখা দত্ত
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. মেগাস্হেনিচ্
প্ৰশ্ন :- ‘ৰাষ্ট্ৰীয় চলচিত্ৰ’ বঁটা পোৱা প্ৰথম চলচিত্ৰখন আছিল?
A. মাদাৰ ইণ্ডিয়া
B. শ্যামচী আই
C. ৰাজা হৰিচন্দ্ৰ
উত্তৰ : B. শ্যামচী আই
প্ৰশ্ন :- গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?
A. 1947
B. 1955
C. 1948
D. 1946
উত্তৰ : C. 1948
প্ৰশ্ন :- UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?
A. পেৰিছ
B. নিউয়ৰ্ক
C. জেনেভা
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. পেৰিছ
প্ৰশ্ন :- পঞ্জাৱ কেশৰী কোন?
A. লালা লাজপত ৰায়
B. গোপাল কৃষ্ণ গোখলে
C. বাল গংগাধৰ তিলক
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. লালা লাজপত ৰায়
প্ৰশ্ন :- “United Nations Day”” কেতিয়া পালন কৰা হয়?
A. 22 July
B. 24 Nov
C. 24 Oct
D. 4 Dec
উত্তৰ : C. 24 Oct
প্ৰশ্ন :- বিশ্বকাপ ক্ৰিকেটৰ প্রথম খেলখন কোন দুখন দেশৰ মাজত হৈছিল ?
A. পাকিস্তান – ভাৰত
B. ৱেষ্টইণ্ডিজ – অষ্ট্ৰেলিয়া
C. ভাৰত – ইংলেণ্ড
উত্তৰ : ?????????
প্ৰশ্ন :- ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
A. জন্মু আৰু কাশ্মীৰ
B. কৰ্ণাটক
C. নতুন দিল্লীৰ
D. বাঙ্গালোৰত
উত্তৰ : D. বাঙ্গালোৰত
প্ৰশ্ন :- ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
A. জৱাহৰলাল নেহৰু
B. চি. ৰাজাগোপালচাৰী।
C. ৰাজেন্দ্ৰ প্ৰসাদ
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. চি. ৰাজাগোপালচাৰী।
প্ৰশ্ন :- ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?
A. কেৰেলা
B. উত্তৰাখণ্ড
C. ঝাৰখণ্ড
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. উত্তৰাখণ্ড
প্ৰশ্ন :- ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
A. যমুনা
B. গংগা
C. গোদাবৰী
D. দামোদৰ নদী।
উত্তৰ : D. দামোদৰ নদী।
প্ৰশ্ন :- কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?
A. বুধ
B. শুক্ৰ।
C. মংগল
D. ওপৰৰ এটাও নহয়
উত্তৰ : B. শুক্ৰ।
প্ৰশ্ন :- কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?
A. কেৰেলা
B. মহাৰাষ্ট্ৰৰ
C. গুজৰাট
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. কেৰেলা
প্ৰশ্ন :- অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
A. আনন্দ চন্দ্ৰ আগৰৱালা
B. ৰঘুনাথ চৌধাৰী
C. তৰুণৰাম ফুকন
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. আনন্দ চন্দ্ৰ আগৰৱালা
প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য লেখক কোন ?
A. ভট্টদেৱ
B. লক্ষ্মীনাথ বেজবৰুৱা
C. শ্ৰীমন্ত শংকৰদেৱ
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. ভট্টদেৱ
প্ৰশ্ন :- জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?
A. অমৃতসৰ
B. দিল্লী
C. শ্ৰীলংকা
D. ওপৰৰ এটাও নহয়
উত্তৰ : A. অমৃতসৰ
প্ৰশ্ন :- প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি
A. ফিৰিঙতি
B. উত্তৰ কাল
C. ভাইটী
উত্তৰ: ????????
দুটা প্ৰশ্নৰ উত্তৰ খেলিমেলি।
Very important Assam GK.
Very Good Information about latest Jobs in Assam Career