Kumbh Rashi 7.9.2023
Kumbh Rashi in Assamese: খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।
দৈনিক ৰাশিফল অসম
চিকিৎসা :- অন্ধ ব্যক্তিসকলক সহায় সহযোগ আগ বঢ়ালে আৰু অনাথালয় ত পায়স বিতৰণ কৰিলে ব্যৱসায় তথা কৰ্ম জীৱনত উন্নতি লাভ কৰিব।
স্বাস্থ্য: ![]() ![]() ![]() ![]() ![]() | ধন-সম্পত্তি: ![]() ![]() ![]() ![]() ![]() |
পৰিয়াল: ![]() ![]() ![]() ![]() ![]() | প্ৰেম বিষয়: ![]() ![]() ![]() ![]() ![]() |
চাকৰি: ![]() ![]() ![]() ![]() ![]() | বৈবাহিক জীৱন: ![]() ![]() ![]() ![]() ![]() |