Mesh Rashi 7.9.2023
Mesh Rashi in Assamese: আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।
দৈনিক ৰাশিফল অসম
চিকিৎসা :- সেউজীয়া ৰং ৰ কাচৰ বটলত পানী ভৰাই ৰ’দত ৰাখক তাৰ পিছত সেই পানী দি স্নান কৰিলে স্বাস্থ্য ৰ লাভ হ’ব।
স্বাস্থ্য: ![]() ![]() ![]() ![]() ![]() | ধন-সম্পত্তি: ![]() ![]() ![]() ![]() ![]() |
পৰিয়াল: ![]() ![]() ![]() ![]() ![]() | প্ৰেম বিষয়: ![]() ![]() ![]() ![]() ![]() |
চাকৰি: ![]() ![]() ![]() ![]() ![]() | বৈবাহিক জীৱন: ![]() ![]() ![]() ![]() ![]() |