Min Rashi 5.9.2023
Min Rashi in Assamese: আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আপুনি আজিি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম ,কিন্তু গুৰুত্ব পূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব।
দৈনিক ৰাশিফল অসম
চিকিৎসা :- পখী বোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি ভাল থাকিব।
স্বাস্থ্য: ![]() ![]() ![]() ![]() ![]() | ধন-সম্পত্তি: ![]() ![]() ![]() ![]() ![]() |
পৰিয়াল: ![]() ![]() ![]() ![]() ![]() | প্ৰেম বিষয়: ![]() ![]() ![]() ![]() ![]() |
চাকৰি: ![]() ![]() ![]() ![]() ![]() | বৈবাহিক জীৱন: ![]() ![]() ![]() ![]() ![]() |