Singha Rashi in Assamese সিংহ ৰাশি ফলাফল (Tuesday, September 5, 2023)

Singha Rashi 5.9.2023

Singha Rashi in Assamese: আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বটৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে।

দৈনিক ৰাশিফল অসম

চিকিৎসা :- বগা মিঠাই খালে আৰু বেলেগকো খুৱালে স্বাস্থ্য ভালে থাকিব।

স্বাস্থ্য: ধন-সম্পত্তি: 
পৰিয়াল: প্ৰেম বিষয়: 
চাকৰি: বৈবাহিক জীৱন: 

Leave a Comment