Tula Rashi in Assamese তুলা ৰাশি ফলাফল (Monday, September 4, 2023)

Tula Rashi 4.9.2023

Tula Rashi in Assamese: আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি ঘৰ ৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱা বাবে আপোনাৰ ধন ব্যয় হব পাৰে আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হব। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।

দৈনিক ৰাশিফল অসম

শুভ নম্বৰ :- 3

শুভ ৰং :- কেশৰী আৰু হালধীয়া

চিকিৎসা :- কোনোবা বৃদ্ধ ব্ৰাহ্মণক ভোজন কৰোৱালে আৰ্থিক স্থিতি ভালে থাকিব।

স্বাস্থ্য: ধন-সম্পত্তি: 
পৰিয়াল: প্ৰেম বিষয়: 
চাকৰি: বৈবাহিক জীৱন: 

Leave a Comment