Tula Rashi in Assamese তুলা ৰাশি ফলাফল (Fridy, September 8, 2023)

Tula Rashi 8.9.2023

Tula Rashi in Assamese: দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।

দৈনিক ৰাশিফল অসম

চিকিৎসা :- সেউজীয়া ৰং ৰ কাচৰ বটলত পানী ভৰাই ৰ’দত ৰাখক তাৰ পিছত সেই পানী দি স্নান কৰিলে স্বাস্থ্য ৰ লাভ হ’ব।

স্বাস্থ্য: ধন-সম্পত্তি: 
পৰিয়াল: প্ৰেম বিষয়: 
চাকৰি: বৈবাহিক জীৱন: 

Leave a Comment